• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ আসন ৰক্ষা! উপ নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়ী মমতা বেনাৰ্জী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2021 3:14 pm
Mamata Banerjee wins Bhowanipore by-election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত মুখ্যমন্ত্ৰীৰ আসন ৰক্ষা পৰিল মমতা বেনাৰ্জীৰ। উপ নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়েৰে বঙ্গত পুনৰবাৰ বিজেপিক ধূলিসাৎ কৰিলে মমতা বেনাৰ্জীয়ে।

তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেতা তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা ৫৮,৮৩২ টা ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰিছে।

তেওঁ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁৰ নিজৰ বিজয়ৰ ব্যৱধানৰ ৰেকৰ্ড ভংগ কৰিছে। সেইবাৰ মমতা বেনাৰ্জীয়ে ৪৯,৯৩৬ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল।

ভোট গণনা চলি থকা মুৰ্শিদাবাদৰ চামছেৰগঞ্জ আৰু জংগীপুৰ সমষ্টিতো আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছ।

Apply Now

ভৱানীপুৰ সমষ্টিত মুঠ ২১ টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হৈছিল।

জংগীপুৰ আৰু চামছেৰগঞ্জ বিধানসভা সমষ্টিত তৃণমূল প্ৰাৰ্থী ক্ৰমান্বয়ে ১৫,৭৪৩ আৰু ১৫,০১৪ টা ভোটত আগবাঢ়ি আছে।

চামছেৰগঞ্জত ১৫ নং পৰ্যায়ৰ গণনাৰ পিছত টিএমচি প্ৰাৰ্থী আমিৰুল ইছলাম ১৫০১৪ টা ভোটত আগবাঢ়ি আছে।

দ্বিতীয় পৰ্যায়ৰ গণনাৰ পিছত জংগীপুৰৰ টিএমচি প্ৰাৰ্থী জাকিৰ হোছেইন ১৫,৬৪৩ টা ভোটত আগবাঢ়ি আছে।

হোছেইনে ২৫,৫৭২ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিজেপিৰ সুজিত দাসে ৯,৯২৯ টা ভোট লাভ কৰিছে।

উল্লেখ্য যে বংগৰ ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিমে ভৱিষ্যতবাণী কৰিছিল যে মমতাই ৫০,০০০ তকৈও অধিক ভোটৰ অগ্ৰগতিৰ সৈতে উপ-নিৰ্বাচনত জয়ী হ’ব, যিটো এই বিধানসভা নিৰ্বাচনত শাসকীয় দলৰ অভিলেখ হ’ব।

স্মৰ্তব্য যে বংগৰ এই আসনসমূহত ৩০ ছেপ্টেম্বৰত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

ইতিমধ্যে মমতা বেনাৰ্জীৰ গৃহ চহৰ কালীঘাটত বিজয়ৰ আনন্দ উদযাপন আৰম্ভ হৈছে।

আনহাতে মধ্য কলকাতাত বিজেপিৰ মুখ্য কাৰ্যালয়ত সম্পূৰ্ণ নিৰ্জন হৈ পৰিছে।কাৰ্যালয়টো যদিও খোলা আছে, কোনো পাৰ্টি কৰ্মকৰ্তা কাৰ্যালয়ত উপস্থিত হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd