• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ একত্ৰীকৰণৰ খবৰক উৰা বাতৰি বুলি নস্যাৎ মমতা বেনাৰ্জীৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 4:52 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজত একত্ৰীকৰণ হ’ব বুলি চলি থকা চৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰিছে তৃণমূল কংগ্ৰেছে। বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ পিছত মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধীৰ মাজত হোৱা বাৰ্তালাপক লৈ এই জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছিল। কিন্তু তৃণমূল কংগ্ৰেছৰ উচ্চস্তৰীয় সূত্ৰই স্পষ্ট কৰি দিছে যে দুই দলৰ মাজত বিলীনীকৰণ বা একত্ৰীকৰণক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই। দলটোৱে এই সমগ্ৰ বিষয়টোক কেৱল এক উৰা বাতৰি বুলি অভিহিত কৰিছে।

তৃণমূল কংগ্ৰেছৰ ভিতৰচৰাত চলি থকা ৰাজনৈতিক সংকট আৰু নেতাৰ পদত্যাগৰ মাজতে দলৰ সাংসদ অভিষেক বেনাৰ্জীয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীয়ে নতুন দিল্লীত কংগ্ৰেছৰ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰিছিল। এই বৈঠকত দুই নেত্ৰীয়ে অতি আন্তৰিকতাৰে বাৰ্তালাপ কৰে। বৈঠকত মমতা বেনাৰ্জীয়ে বিৰোধী ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আটাইকেইটা দলে একেলগে কাম কৰা উচিত বুলি মত প্ৰকাশ কৰে।

Apply Now

নিৰ্বাচনৰ পিছত মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধীৰ মাজত এইখন আছিল প্ৰথমখন বন্ধ দুৱাৰ বৈঠক। শেহতীয়া নিৰ্বাচনত হোৱা ফলাফল আৰু দলীয় কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণৰ পিছত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত এই কথাৰ ওপৰতো আলোচনা হয় যে মিত্ৰজোঁটৰ নেতাসকলে ইজনে সিজনক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগে। পূৰ্বৰ তুলনাত মমতা বেনাৰ্জীৰ এই স্থিতি এক ডাঙৰ পৰিৱৰ্তন বুলি ধৰা হৈছে, কাৰণ ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ অবিহনে এক সুকীয়া মঞ্চ গঢ়াৰ চেষ্টা কৰিছিল। কিন্তু বৰ্তমান পৰিস্থিতিত দল দুয়োটাই কেৱল একত্ৰিত হৈ কাম কৰাৰ হে সিদ্ধান্ত লৈছে আৰু একত্ৰীকৰণৰ বাতৰিক মিছা বুলি প্ৰমাণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd