• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজৱ! চুৰি কৰিবলৈ আহি লেপটপত প’ৰ্ণ ভিডিঅ’ চাই চাই হস্তমৈথুনত লিপ্ত হ’ল এটা চোৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2021 4:19 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

847
VIEWS
Share on FacebookShare on Twitter

ঘৰত কোনো নাই ভাবি চুৰি কৰিবলৈ সোমাইছিল এটা গভাইট চোৰ।

কিন্তু ঘৰৰ ভিতৰৰ মূল্যৱান বস্তুবিলাক নিজৰ বেগত ভৰোৱাৰ সলনি এটা লেপটপ দেখা পালে চোৰটোৱে।

লগালগ সি লেপটপটো খুলিলে আৰু নেট সংযোগ কৰি ভিডিঅ’ ডাউনলোড কৰিবলৈ ধৰে।

ডাউনলোড কৰি যায় কেইটাবাটাও প’ৰ্ণ ভিডিঅ’!

তাৰপাছত, ভিডিঅ’কেইটা চাই চাই হস্তমৈথুনো কৰে সি।

তেনেসময়তে আৰক্ষীয়ে গম পাই যায় আৰু হস্তমৈথুন কৰি থকা অৱস্থাতে তাক আটক কৰে।

আজৱ এই কাণ্ডটো সংঘটিত হৈছিল ২০১৮ চনতে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াত জোনাথন জোছে ৰুইজ (২২) নামৰ চোৰটোৱে সংঘটিত কৰিছিল এই কাণ্ডটো।

বিচাৰৰ অন্তত শেহতীয়াকৈ চোৰটোক ৬ বছৰ ৮ মাহৰ কাৰাদণ্ড বিহা হৈছে।

জানিব পৰামতে, চোৰটোৱে য’ত চুৰিকাৰ্য কৰিবলৈ গৈছিল, সেই ঘৰটোত তিনিজনী ছাত্ৰী ভাড়াতীয়া থাকে।

তাৰে এজনী ছাত্ৰীৰ লেপটপটো পাই চোৰটোৱে প’ৰ্ণ ভিডিঅ’ ডাউনলোড কৰি হস্তমৈথুন কৰে।

কেৱল সেয়াই নহয়, ফ্ৰিজত ছাত্ৰীকেইগৰাকীয়ে থৈ দিয়া খাদ্যও টকালি পাৰি খায় চোৰটোৱে।

আৰক্ষীয়ে চোৰটোৰ লগত ছাত্ৰীকেইগৰাকীৰ অন্তৰ্বাসো উদ্ধাৰ কৰে।

অৱশেষত চোৰটোক আদালতে বিচাৰপ্ৰদান কৰি ৬ বছৰৰো অধিক পৰিমাণৰ কাৰাদণ্ড বিহে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd