• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ দিনত দুবাৰকৈ বিয়া পাতি পলাল ইঞ্জিনিয়াৰ দৰা; এনেকৈ ফাদিল হ’ল ৰহস্য

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 1:44 pm
WhatsApp Image 2020-12-21 at 12.40.33 PM

প্ৰতিনিধিত্বমূলক ফটো।

291
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ছফটৱেৰ ইঞ্জিনিয়াৰে পাঁচ দিনৰ ভিতৰতে দুটাকৈ বিয়া পাতিলে আৰু ৰহস্য ফাদিল হোৱাৰ পাছতে পলায়ন কৰে। এই ঘটনা মধ্য প্ৰদেশৰ।

অভিযুক্ত ২৬ বছৰীয়া ইঞ্জিনিয়াৰগৰাকী ইন্দোৰৰ মুছাখেড়ীৰ বাসিন্দা। অভিযোগ অনুসৰি, তেওঁ যোৱা ২ডিচেম্বৰত খণ্ডৱাত এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ইয়াৰ পাছতে ৭ ডিচেম্বৰত ইন্দোৰৰ মহুতো আন এগৰাকী যুৱতীক বিয়া পাতে।

খণ্ডৱাত থকা যুৱতীগৰাকীৰ পৰিয়ালে ব্যক্তিগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ দিয়ে। পৰিয়ালে দিয়া অভিযোগ অনুসৰি ২ডিচেম্বৰত বিয়া পতাৰ পাছত অভিযুক্তই ৭ ডিচেম্বৰত মহুত বিয়া কৰাবলৈ উপস্থিত হয়।

ইয়াৰ মাজতে তাত উপস্থিত থকা এগৰাকী সম্পৰ্কীয় লোকে বিয়াৰ ফটো পঠিয়াই যাৰ পাছত পৰিয়ালে ব্যক্তিগৰাকীৰ বিৰুদ্ধে দ্বিতীয় বিবাহ কৰোৱাৰ অবিযোগ দাখিল কৰে।

খণ্ডৱাৰ যুৱতীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়ে যে তেওঁলোকে বিয়াত ১০ লাখ টকা খৰচ কৰিছে। যৌতুকত দৰাক বহুত সামগ্ৰী দিছে।

অবিযোগত ইয়াকো কোৱা হৈছে যে বিয়াৰ পাছত ব্যক্তিগৰাকীয়ে কইনাক লৈ ইন্দোৰলৈয়ো গৈছিল। তাত লৈ যোৱাৰ পাছত তেওঁ যুৱতীগৰাকীক কয় যে তেওঁৰ কিবা জৰুৰী কামত ভূপাললৈ যাব লাগে। ভূপাল যোৱাৰ কথা কৈ তেওঁ মহুত দ্বিতীয় বিবাহ কৰাবলৈ যায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ব্যক্তিগৰাকীয়ে বিয়ালৈ তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ সৈতে গৈছিল। খণ্ডৱাৰ যুৱতীগৰাকীৰ আত্মীয়ই জানিবলৈ দিয়ে যে বিয়াখন বুজাবুজিৰ মাজতে হৈছিল আৰু জোৰ জুলুমত হোৱা নাছিল।

এতিয়া ৭ ডিচেম্বৰৰ পৰাই দৰা পলাই আছে। আৰক্ষীয়ে দৰাৰ সন্ধান অব্যাহত ৰাখিছে। ইপিনে দুগৰাকী যুৱতীয়ে কইনা হৈ পলৰীয়া দৰাৰ চৈধ্য গোষ্ঠী উদ্ধাৰ কৰি বহি আছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd