• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ মালিকৰ ৪৪লাখ টকা লৈ পলাল কৰ্মচাৰী; ধৰি ৰঙাঘৰত সুমুৱালে আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 9:40 am

2 min read

Representative image

প্ৰতিনিধিত্বমূলক ফটো।

223
VIEWS
Share on FacebookShare on Twitter

চিনেমাত প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নায়কে বিভিন্ন উপায় অৱলম্বন কৰা হয়তো আপুনি দেখিছে। কিন্তু বাস্তৱ জীৱনতো এনে এক কাহিনী ঘটিল য’ত এজন ব্যক্তিয়ে প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ মালিকৰে ধন লুটি নিয়ে।

দিল্লীৰ বৱানা অঞ্চলত সংঘটিত এই ঘটনাত এজন কৰ্মীয়ে নিজৰ প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ মালিকৰ ৪৪লাখ টকা লৈ পলাই যায়।

কেবল সেয়াই নহয়, তেওঁ মালিকৰ বলেৰ’ গাড়ীখনো উঠাই নিয়ে। অৱশ্যে, আৰক্ষীয়ে ঘটনাটো গম পোৱাৰ পাছত অভিযোগ দাখিল কৰি তালাচী চলায় আৰু ইলেকট্ৰনিক চাৰ্ভাইলেন্সৰ জৰিয়তে কৰ্মচাৰীজনক আটক কৰি গাড়ী আৰু ধনখিনি জব্দ কৰে।

অবিযোগকাৰী লোকজনৰ দিল্লীৰ বৱানাত এটা কাৰখানা আছে। কাৰাখানাটোত অমিত নামৰ লোক এজনে কাম কৰিছিল। যোৱা ১৭ ডিচেম্বৰত মালিকে অমিতক বেংকত জমা দিবলৈ ৪৪লাখ টকা দিছিল।

অমিতে সেই টকাখিনি বেংকত জমা দিয়াৰপৰিৱৰ্তে লগত লৈ পলায়ন কৰে। লগতে মালিকৰ বলেৰ’ গাড়ীখনো লৈ যায়।

কাৰাখানাৰ মালিকে আৰক্ষীক অভিযোগ দাখিল কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে অমিতক শামলিৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অমিতৰ জিম্মাৰ পৰা চুৰি কৰি নিয়া ৪৪লাখ টকাৰ ভিতৰত ৩৬লাখ টকাৰ লগতে বলেৰ’ গাড়ীখনো উদ্ধাৰ কৰে।

অভিযুক্ত অমিতে আৰক্ষীক জনায় যে তেওঁৰ টকাৰ বৰ নাটনি হৈছিল। তেওঁ নিজৰ প্ৰমিকাৰ সৈতে ভৱিষ্যতে এক সুন্দৰ জীৱন যাপন কৰিব বিচাৰিছিল। অমিতে ভাৱিছিল যে এই চুৰি কাৰ্যৰ পাছত তেওঁৰ প্ৰেমিকা সন্তুষ্ট হ’ব আৰু ভৱিষ্যতে দুয়ো এখন সুখৰ সংসাৰ গঢ়ি তুলিব।

কিন্তু কৰ্মফল লাভ কৰি বেচেৰা অমিত সোমাল ৰঙাঘৰত।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd