• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

AK-47ৰ বৃহৎ পৰিমানৰ সজীৱ গুলীসহ ধুবুৰীত এজন লোকক গ্ৰেপ্তাৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
October 12, 2020 8:38 am
Dhubri-arrest-750x375

ধুবুৰী আৰক্ষীয়ে চহৰখনৰ জহিৰুল ইছলামৰ বাসগৃহত তালাচী অভিযান চলাই AK-47 ৰাইফলৰ ১৬জাই সজীৱ গুলী উদ্ধাৰ কৰে।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ জিম্মাত সজীৱ গুলী ৰখাৰ অভিযোগত দেওবাৰে ধুবুৰী চহৰত এজন ৪৫বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ধুবুৰী আৰক্ষীয়ে চহৰখনৰ জহিৰুল ইছলামৰ বাসগৃহত তালাচী অভিযান চলাই AK-47 ৰাইফলৰ ১৬জাই সজীৱ গুলী উদ্ধাৰ কৰে। আৰক্ষীয়ে লগতে তেওঁক গ্ৰেপ্তাৰ কৰে।

Apply Now

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইছলামৰ এখন মোবাইলৰ দোকান আছে আৰু তেওঁ ধুবুৰী চহৰৰ বাহাদুৰটাৰী (নিউঘাট) অঞ্চলৰ বাসিন্দা।

আৰক্ষীয়ে কয় যে ইছলামে এইদৰে সজীৱ গুলী ৰখাৰ বাবে কোনো অনুজ্ঞাপত্ৰ বা নথি দেখুৱাব নোৱাৰিলে।

ধুবুৰীৰ চহৰ অঞ্চলত এইদৰে AK-47 ৰাইফলৰ এইদৰে বৃহৎ পৰিমানৰ সজীৱ গুলী উদ্ধাৰৰ ঘটনাই নিশ্চিতভাৱে এক চিন্তাৰ কাৰণ হৈ পৰিছে বুলি জানিবলৈ দিয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

ইঠলামৰ বিৰুদ্ধে আৰ্মছ এক্ট তথা বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনৰ বিভিন্ন ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীয়ে সন্ত্ৰাসবাদী গোটৰ সৈতে তেওঁৰ সম্ভাৱ্য সম্পৰ্কৰ তদন্ত চলাই আছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd