• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী বেংক কৰ্মচাৰীৰ অংক! ৩৭দিনত তিনিবাৰ ডিভোৰ্ছ, চাৰিবাৰ বিয়া; ঘটনাটো কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 5:02 pm
marriage_1618138847 final

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়া পাতি বিচ্ছেদ কৰি আকৌ আন মহিলাৰ পাণি গ্ৰহণ কৰি সংসাৰ কৰা ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে।

কিন্তু এগৰাকী ব্যক্তিয়ে একেগৰাকী মহিলাকে তিনিবাৰ ডিভোৰ্ছ দি আকৌ চাৰিবাৰ বিয়া পাতিলে। তাকো মাত্ৰ ৩৭ দিনৰ ভিতৰতেই।

Apply Now

তাইৱানৰ তাইপেত এনে এক আজৱ ঘটনাই সংঘটিত হৈছে।

ঘটনাটো কিছু পুৰণি যদিও সদ্যহতে এগৰাকী আইনজীৱীৰ ফেচবুক প’ষ্টৰ জৰিয়তে খৱৰটো পোহৰলৈ আহে।

বাতৰি অনুসৰি, বৃত্তিত এগৰাকী বেংক কৰ্মচাৰী সেই ব্যক্তিগৰাকীয়ে বিয়াৰ বাবে সবেতনে (leave with pay) ছুটীৰ বাবে আবেদন কৰে। সেইদৰে যোৱা বছৰ ৭এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈকে মুঠতে আঠদিনৰ ছুটী লাভ কৰে।

পিচে, ব্যক্তিগৰাকীয়ে  আঠদিনৰ পাছতে পত্নীক ডিভোৰ্ছ দিয়ে। আকৌ বিয়াৰ দিন ঠিক কৰি বেংকৰ পৰা ছুটী বিচাৰি আবেদন কৰে। ছুটীও মঞ্জুৰ হয় আৰু তেওঁ ৭দিনৰ পূৰ্বে ডিভোৰ্ছ দিয়া পত্নীকে আকৌ বিয়া কৰায়।

ইয়াৰ পাছত ছুটী শেষ হোৱাৰ পূৰ্বে তেওঁ পুনৰ একে কাণ্ডকে কৰে। এইদৰে মুঠ তিনিবাৰ ডিভোৰ্ছ দিয়ে। শেষ পৰ্যন্ত তেওঁ ১২ মে’ত চতুৰ্থবাৰৰ বাবে বিয়া পাতে।

পাছত বেংক কৰ্তৃপক্ষই কথাটো জানিব পাৰে আৰু পাছৰবাৰ সেই ব্যক্তিগৰাকীয়ে পুনৰ বিয়াৰ বাবে ছুটী বিচৰাত বেংকে সেয়া প্ৰত্যাখ্যান কৰে। লগতে বেংকৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ব্যক্তিগৰাকীক তেওঁৰ প্ৰথম বিয়াৰ বাবেহে কেবল সবেতনে ছুটী দিয়া হ’ব।

ইপিনে, ব্যক্তিগৰাকীয়ে উৰ্ধতন বিষয়াৰ এই সিদ্ধান্তত সন্তুষ্ট নহৈ তাইপেই চহৰৰ শ্ৰম বিভাগত বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

গোটেই ঘটনা শুনাৰ পাছত শ্ৰম বিভাগে সেই বেংকক ৭০০ডলাৰ জৰিমনা বিহে। কিন্তু বেংকৰ কৰ্তপক্ষই সমগ্ৰ ঘটনা শ্ৰম বিভাগক অৱগত কৰে।

শ্ৰম বিভাগৰ শীৰ্ষ বিষয়াই জনায় যে ব্যক্তিগৰাকীৰ আচৰণ যুক্তিসংগত নহয়, কিন্তু শ্ৰম আইনত এই ধৰণৰ আচৰণৰ বাবে কোনো শাস্তিৰ বিধান নাই। গতিকেই ব্যক্তিগৰাকীক শাস্তি প্ৰদান কৰিব পৰা নায়ায়।

ঘটনাটো পোহৰলৈ অহাৰ পাছতেই সকলোৱে ইয়াক লৈ সৰস আলোচনা চলায়। বহুতেই ব্যক্তিগৰাকীৰ এনে বুদ্ধিৰ ‘প্ৰশংসা’ও কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd