• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিবলৈ ১০০ ডাল মমেৰে আলোকসজ্জা,জ্বলি নিঃশেষ সপোনৰ ঘৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 6, 2020 6:02 pm

1 min read

couple-1
4.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমত ঘূৰিছে ভূমণ্ডল,প্ৰেমত ফুলিছে শতদল…প্ৰেমৰ বাবেই মানুহে কত’ যে কি নকৰে।

প্ৰেমিকাৰ বাবে দুৰ্দান্ত প্ৰেমিকে আকাশৰ জোনটোকো আজুৰি অনাৰ সপোন দেখে। আমাৰ এই খবৰৰ নায়কে পিছে আকাশৰ জোন-তৰা আনিবলৈ যোৱা নাছিল।

তেওঁ মাত্ৰ তেওঁৰ প্ৰেমিকাক অলপ বেলেগ ধৰণে বিয়াৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰিছিল।

ইংলেণ্ডৰ দুৰ্দান্ত প্ৰেমিক এলবাৰ্ট নদ্ৰে। শ্বেফিল্ডৰ বাসিন্দা এলবাৰ্টে পৰিকল্পনা কৰিলে তেওঁৰ প্ৰেমিকাক ৰং-বিৰঙৰ আলোক সজ্জাৰ মাজত বিয়াৰ প্ৰস্তাৱ দিব।

ভবা মতেই কাম।যুৱক জনে ৰং-বিৰঙৰ আলোক সজ্জাৰে সজালে ঘৰ,জ্বলালে ১০০ ডাল মমবাতি।

এই সকলো কৰি উঠি তেওঁ গ’ল প্ৰেমিকাই কাম কৰা কাৰ্যালয়লৈ।

উদ্দেশ্য প্ৰেমিকাক ঘৰলৈ লৈ অহা।

এটা সময়ত প্ৰেমিক-প্ৰেমিকা আহি ঘৰ পালেহি। কিন্তু এয়া কি!

ঘৰ বুলিবলৈ দেখোন একোৱেই নাই। ঘৰৰ নামত পৰি ৰৈছে কেৱল ছাঁইৰ দম। প্ৰেমিকাক চমকিত কৰিবলৈ প্ৰেমিক এলবাৰ্টে জ্বলাই থৈ যোৱা মমৰ পৰাই সংঘটিত হ’ল লংকা কাণ্ড।

লগে লগে অগ্নি নিৰ্বাপক বাহিনী আহিল জুই নুমুৱাবলৈ।

জুই নুমাল। প্ৰেমিকৰ মনত জ্বলি ছকা জুইকুৰাও নিৰ্বাপিত কৰিলে প্ৰেমিকাই। প্ৰেমিক এলবাৰ্টৰ প্ৰস্তাৱ মানি লৈ প্ৰেমিকাই দিলে বিবাহত সন্মতি।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd