• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অজাতিৰ যুৱকেৰে বিয়া! কন্যাক গুলীয়াই হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই পেলাই দিলে পিতৃ-মাতৃয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2022 7:00 pm
Man Shot Daughter
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অ’নাৰ কিলিঙৰ নামত সংঘটিত অন্য এক জঘন্য হত্যাকাণ্ডৰ ঘটনা এইবাৰ পোহৰলৈ আহিছে। এইবাৰ এগৰাকী পিতৃয়ে নিজ কন্যাক হত্যা কৰি মৃতদেহ এটা ছুটকেছত ভৰাই পেলাই দিয়াৰ অভিযোগ উঠিছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা সপ্তাহৰ শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰ সমীপত এগৰাকী ২২ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কৰ্মৰত শ্ৰমিকে এটা ছুটকেছত মূৰ আৰু মুখত আঘাতৰ স্পষ্ট চিহ্ণ থকা এটা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।

Apply Now

ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে।

দিল্লীৰ ২২ বছৰীয়া যুৱতীগৰাকীক পিতৃয়ে হত্যা কৰা বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে আজি প্ৰকাশ কৰে। আৰক্ষীয়ে ছুটকেছটো উদ্ধাৰ কৰাৰ পিছতে ফোন ট্ৰেচিং আৰম্ভ কৰাৰ লগতে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি অচিনাকি মৃতদেহটোৰ পৰিচয় উদ্ধাৰ কৰিবলৈ ছ’চিয়েল মিডিয়াও ব্যৱহাৰ কৰিছিল।

ইয়াৰ পাছতে যোৱা দেওবাৰে পুৱা এটা অজ্ঞাত ফোন কলৰ পৰা যুৱতীগৰাকীৰ বিষয়ে সুনিৰ্দিষ্ট তথ্য লাভ কৰাৰ পাছতে আক্ষীয়ে মৃত যুৱতীগৰাকী দিল্লীৰ বদৰপুৰৰ নিৱাসী ২২ বছৰীয়া আয়ুশী চৌধুৰী বুলি নিশ্চিত হয়।

প্ৰকাশিত সূত্ৰ অনুসৰি আয়ুশী চৌধুৰীৰ পিতৃ নীতেশ যাদৱে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰেৰে গুলীয়াই কন্যাক হত্যা কৰে। মৃতদেহটো চিনাক্ত কৰিবলৈ যোৱাৰ সময়তে আয়ুশীৰ পিতৃ-মাতৃক আৰক্ষীয়ে জেৰা কৰাৰ সময়তে পিতৃয়ে হত্যা কৰা বুলি নিশ্চিত হয়।

আৰক্ষীয়ে প্ৰকাশ মতে কন্যাই অন্য জাতিৰ এক যুৱকেৰে বিবাহ কৰাৰ বাবেই পিতৃয়ে হত্যা কৰে। কন্যাক হত্যা কৰাৰ পাছত মাতৃয়েও কন্যাৰ মৃতদেহটো এটা ছুটকেছত ভৰাই পেলাই দিয়াৰ সময়ত স্বামীক সহযোগ কৰিছিল।

ইতিমধ্যে এই হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে আয়ুশী চৌধুৰীৰ পিতৃ-মাতৃ দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে নীতেশ যাদৱে চৰকাৰী চাকৰি লাভ কৰাৰ পাছতে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বালুনীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীলৈ প্ৰব্ৰজন কৰি তাতে স্থায়ীভাৱে বসবাস কৰি আহিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd