• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

OMG! ডাঙৰ লিংগৰ কামনাৰে কৰালে অস্ত্ৰোপচাৰ; সৰু হৈ যোৱাৰ বাবে তৰিলে ১৪ লাখ টকাৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2024 3:45 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

19.9k
VIEWS
Share on FacebookShare on Twitter

‘বহুতে এই কথা বিশ্বাস কৰে যে চাইজ মেটাৰ্ছ!’ যিসকলে মনত এনে ভাৱ পোষণ কৰে, শৰীৰৰ কোনো বিশেষ অংগৰ আকৃতি আৰু আয়তনৰ বাবে তেওঁলোকে ঈশ্বৰৰ ওপৰতে দোষ জাপি দিয়ে। সৰু অংগ ডাঙৰ কৰাৰ পথত আগবাঢ়ে। সেয়া স্তন বৃদ্ধি বা লিংগ বৃদ্ধিও হ’ব পাৰে। আৰু এইবাৰ দ্বিতীয়টো কৰিবলৈ যাওতেই বেয়াকৈ ফচিল তুৰস্কৰ বেংকাৰ ইলটাৰ তুৰ্কমেন।

বাতৰি অনুসৰি, ডাঙৰ লিংগ এটাৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু তেওঁৰ দাবী কৰে যে তেওঁৰ লিংগটো আগতকৈ সৰু হৈ পৰিছে। আনকি যাৰ বাবে তেওঁ চিকিৎসকজনৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছে।

ডাঃ হালুক ছয়লেমেজৰ কান্ধত আছিল ইলটাৰৰ লিংগ বৃদ্ধিৰ সপোনক বাস্তৱত পৰিণত কৰাৰ গুৰু দায়িত্ব। ডাক্তৰে তেওঁৰ ৰোগীক অপাৰেচনৰ পিছত লিংগটো বেছি দ্ৰুতগতিত বৃদ্ধি পাব বুলিও প্ৰতিশ্ৰুতি দিছিল। তেওঁ বিশেষভাৱে কয় যে দৈৰ্ঘ্য আৰু পৰিধি ৩ চেণ্টিমিটাৰ অৰ্থাৎ ১.১ ইঞ্চি বৃদ্ধি পাব।

লগতে পঢ়কঃ বিবাহৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ! অসমত নিয়োজিত বায়ুসেনাৰ বিষয়াক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

অৱশ্যে এলটাৰে দাবী কৰে যে দুটা প্লাষ্টিক চাৰ্জাৰীৰ ফলত তেওঁৰ লিংগটো এক চেণ্টিমিটাৰ হ্ৰাস পাইছে। আগতে ই ১২ চে.মি. আছিল যদিও এতিয়া ১১ চে.মি. হৈছে। এলটাৰৰ অধিবক্তাই আদালতত কয় যে অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ ক্লায়েণ্ট যন্ত্ৰণাত ভুগিছিল আৰু এমাহ ধৰি ভালদৰে খোজ কাঢ়িব পৰা নাছিল। লিংগটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। লিংগৰ পৰা অবিৰতভাৱে ৰক্তক্ষৰণো হয়।

ডাঃ হালুকে আদালতত কয় যে তেওঁৰ অস্ত্ৰোপচাৰত কোনো ভুল নাই। কিন্তু লিংগৰ শাৰীৰিক গঠনৰ বাবে বৃদ্ধি ব্যৰ্থ হয়। এতিয়া আদালতত গোচৰ চলি আছে। ক্ষতিপূৰণ হিচাপে চিকিৎসকৰ পৰা ৫ লাখ লিৰা (তুৰ্কী মুদ্ৰা) দাবী কৰিছিল ইলটাৰে। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি প্ৰায় ১৪ লাখ টকা।

লগতে পঢ়কঃ Fibromyalgia: ফাইব্ৰ’মাইয়ালজিয়া! কাৰ্যালয় বা কৰ্মক্ষেত্ৰত প্ৰায় সকলোৱেই ভূগিছে এই ৰোগত

এতিয়া ডাক্তৰ হালুক আইনী যুঁজত জয়ী হয় নে আদালতে কষ্ট পাহৰাই ইলটাৰৰ মুখত হাঁহি বিৰিঙায় সেইটোহে লক্ষ্যণীয়।

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd