DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছিয়ান গেমছৰ স্বৰ্ণ বিজেতা, মণিপুৰৰ বক্সাৰ ডিংকো সিঙৰ দেহত ওলাল কোভিড-১৯পজিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 12:24 pm
Story-13-10-1140x570

বক্সাৰ ডিংকো সিং। ফাইল ফটো

2.3k
VIEWS
Share on FacebookShare on Twitter

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজেতা, মণিপুৰৰ শীৰ্ষস্থানীয় বক্সাৰ নাংগম ডিংকো সিঙৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

খেলুৱৈগৰাকী ইতিমধ্যে লিভাৰ কেন্সাৰত আক্ৰান্ত হৈ আছে।

৪১ বছৰীয়া সিঙে নতুন দিল্লীৰ ইনষ্টিটিউট অফ লিভাৰ এণ্ড বিলিয়াৰি ছায়েন্সেছত লিভাৰ কেন্সাৰৰ চিকিৎসাৰ বাবে যোৱা ২৫ এপ্ৰিলত ইম্ফলৰ পৰা দিল্লীলৈ গৈছিল।

চিকিৎসাৰ পাছত সিঙে এখন এম্বুলেন্সেৰে দিল্লীৰ পৰা মণিপুৰলৈ স্থলপথেৰে যাত্ৰা কৰি যোৱা ২৩ মে’ত গৃহ চহৰত উপস্থিত হৈছিল।

মণিপুৰ চৰকাৰে তেওঁক এখন হোটেলত ৰাখিছিল আৰু তাতে তেওঁৰ শৰীৰত বিষ তথা তীব্ৰ জ্বৰ আৰম্ভ হয়।

ইয়াৰ পাছতে পৰীক্ষাত তেওঁৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

কোভিড-১৯ নিগেটিভ অহা তেওঁৰ পত্নী বাবাই সিঙে ডিংকো সিঙৰ পজিটিভ অহাৰ খৱৰটো নিশ্চিত কৰে।

ডিংকো সিঙে ১৯৯৮ৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত বক্সিঙত স্বৰ্ণ পদক অৰ্জন কৰিছিল আৰু ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে।

তেওঁ যোৱা কেইবাবছৰ ধৰি অসুখত ভূগি আছে আৰু ২০১৭চনৰ পৰা তেওঁৰ লিভাৰ কেন্সাৰৰ চিকিৎসা চলি আছে। ইয়াৰ মাজতে তেওঁ জণ্ডিছতো ভূগিছে।

Tags: COVID-19

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd