• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্কটিছ ৰেঞ্জাৰ্ছ এফ চিত ট্ৰায়েলৰ বাবে আমন্ত্ৰিত মণিপুৰৰ ফুটবলাৰ বালা দেৱী নাংগম

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2019 10:25 am
Poultry-import-1

বালা দেৱী নাংগম

7.3k
VIEWS
Share on FacebookShare on Twitter

গ্লাছগ’স্থিত স্কটিছ ৰেঞ্জাৰ্ছ ফুটবল ক্লাবত ট্ৰায়েলৰ বাবে আমন্ত্ৰিত হৈছে মণিপুৰৰ প্ৰতিভাৱান মহিলা ফুটবলাৰ বালা দেৱী নাংগম।

ট্ৰায়েলত অংশ লোৱাৰ উদ্দেশ্যে ফুটবলাৰ গৰাকীয়ে ইতিমধ্যে বুধবাৰে গ্লাছগ’লৈ ৰাওনা হৈছে।

যদি বালা দেৱীয়ে ট্ৰায়েলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে তেন্তে তেওঁক ৰেঞ্জাৰ্ছ এফ চিয়ে ২০২০ বৰ্ষৰ বাবে চুক্তিবদ্ধ কৰিব।

উল্লেখ্য যে, যদি ক্লাবৰ সৈতে চুক্তিবদ্ধ হয় তেন্তে তেওঁ দেশৰ বাহিৰৰ ক্লাবৰ সৈতে জড়িত হৈ পৰা একমাত্ৰ সম্পূৰ্ণ পেচাদাৰী ভাৰতীয় মহিলা ফুটবলাৰত পৰিণত হ’ব।

ৰেঞ্জাৰ্ছ এফ চিত ট্ৰায়েল দিবলৈ যোৱা ফুটবলাৰগৰাকীক স্পনছৰচিপ প্ৰদান কৰিছে ষ্টাৰ চিমেণ্টে।

‘এই সুযোগ পোৱা বাবে মই অত্যন্ত সুখী। মই মোৰ সৰ্বোচ্চ উজাৰি দিম। আশা কৰিছো যাতে ক্লাবটোত চুক্তিবদ্ধ হৈ দেশবাসীক গৌৰৱান্বিত কৰিব পাৰো’। এইদৰে মনৰ কথা ব্যক্ত কৰে ফুটবলাৰ বালা দেৱীয়ে।

২০১৪ আৰু ২০১৫ বৰ্ষত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ‘উইমেনছ প্লেয়াৰ অব দ্যা ইয়েৰ’ বঁটা লাভ কৰা ২৯ বছৰীয়া বালা দেৱী বৰ্তমান মণিপুৰ আৰক্ষী বিভাগত কৰ্মৰত।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd