• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হলিউডৰ সৈতে ফেৰ মাৰি ‘বাফটা’ৰ মঞ্চত উজলিল মণিপুৰী ছবি ‘বুং’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 11:50 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭৯ সংখ্যক বাফটাৰ (BAFTA) মঞ্চত ৰচিত হ’ল ইতিহাস। হলিউডক অতিক্ৰমি ভাৰতীয় ছবিয়ে আজুৰি আনিলে বঁটা। ফাৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীৰ প্ৰযোজনা কৰা মণিপুৰী ছবি ‘বুং’ই আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বঁটা লাভ কৰে। ‘শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক চলচ্চিত্ৰ’ শাখাত শ্ৰেষ্ঠ স্থান লাভ কৰে ‘বুং’য়ে।

দেওবাৰে নিশা লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত অনুষ্ঠিত হয় বাফটা বঁটা প্ৰদান অনুষ্ঠান। তাতেই ঘোষণা কৰা হৈছিল বঁটা। লক্ষ্মী প্ৰিয়া দেৱীৰ পৰিচালিত আঞ্চলিক ভাৰতীয় ছবিখনে লাভ কৰে বঁটা। সেই সময়ত সপত্নীক ফাৰহান আখতাৰ, লক্ষ্মী প্ৰিয়া দেৱী আৰু ৰিতেশ সিধৱানী সভাগৃহত উপস্থিত আছিল। সকলোৱে একেলগে ট্ৰফী গ্ৰহণ কৰে।

Apply Now

উল্লেখযোগ্য যে হলিউডৰ মেগা বাজেটৰ ছবি ‘আৰ্কো’, ‘লিলো এণ্ড ষ্টিচ’, ‘জুট্ৰো’পলিছ ২’ আদি ছবিয়ে ‘শ্ৰেষ্ঠ শিশু আৰু পৰিয়াল ছবি’ শাখাত মনোনীত হৈছিল। বিজয়ী ছবি ‘বুং’য়ে সকলোকে পিছ পেলাই বঁটা আজুৰিলে।

কাকতলীয়ভাৱে ‘বাফটা’ মঞ্চত জয়লাভৰ দিনটো আছিল ফাৰহান আখতাৰৰ চতুৰ্থ বিবাহ বাৰ্ষিকী। ফাৰহানে পিন্ধিছিল ক’লা টাক্সেডো। সোণৰ গাউন পিন্ধিছিল শিৱানীয়ে। জীৱনৰ এটা বিশেষ দিনত এনে বঁটা লাভে তেওঁৰ বিবাহ বাৰ্ষিকীটো আৰু অধিক ৰঙীন কৰি তুলিছিল।

অশান্ত মণিপুৰৰ পটভূমিত নিৰ্মিত হৈছে ‘বুং’। আৰম্ভণিৰে পৰা এখন পাৰিবাৰিক ছবি। দেউতাকৰ হঠাৎ নিৰুদ্দেশ হোৱাৰ পিছত এজন ল’ৰা অকলে মাকৰ সৈতে ডাঙৰ হৈছে। দেউতাকৰ নিৰুদ্দেশৰ ৰহস্য যিকোনো ব্যক্তিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। তেওঁ আচলতে ৰহস্যটো সমাধান কৰিব পাৰিবনে – তাৰ লগে লগে ছবিখনৰ কাহিনীভাগ আগবাঢ়িছে।

ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা ‘বুং’য়ে প্ৰশংসা লাভ কৰি আহিছে। এয়া এক ঐতিহাসিক মুহূৰ্ত। উত্তৰ-পূব ভাৰতৰ ৰাজ্য মণিপুৰৰ এখন ছবিয়ে হলিউডক ফেৰ মাৰি বিশ্বজয় কৰিছে। নিঃসন্দেহে ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। সেয়ে স্বাভাৱিকতে প্ৰায় সকলোৱেই উৎফুল্লিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd