DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে সুলভ মণিপুৰী গাঞ্জা!

বোকাখাত আৰক্ষীয়ে মঙলবাৰে আবেলি মাণিক আহমেদ নামৰ এজন লোকৰ দোকান আৰু বাসগৃ্হৰ পৰা ২১.৭কে’জি ভাং জব্দ কৰাৰ লগতে লোকজনকো আটক কৰিবলৈ সক্ষম হৈছে।

উত্তম শইকীয়া by উত্তম শইকীয়া
September 18, 2018 5:46 pm
ধৃত মাণিক আহমেদ। ছবি- নৰ্থ ইষ্ট নাও।

ধৃত মাণিক আহমেদ। ছবি- নৰ্থ ইষ্ট নাও।

207
VIEWS
Share on FacebookShare on Twitter

বোকাখাত চহৰৰ লতাবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে চলি আছে মণিপুৰী গাঞ্জাৰ গুদাম! বোকাখাত আৰক্ষীয়ে মঙলবাৰে আবেলি মাণিক আহমেদ নামৰ এজন লোকৰ দোকান আৰু বাসগৃ্হৰ পৰা ২১.৭কে’জি ভাং জব্দ কৰাৰ লগতে লোকজনকো আটক কৰিবলৈ সক্ষম হৈছে।

মহকুমা আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত যোৱা দলটোৱে জব্দ কৰা ভাংখিনিৰ ভিতৰত ৮কে’জি মণিপুৰী গাঞ্জা বুলি সদৰী কৰিছে।

‘দীৰ্ঘ দিন ধৰি মাণিক আহমেদে ভাঙৰ ব্যৱসায় চলাই আছিল। তেওঁৰ দোকান আৰু বাসগৃহৰ পৰা ২১.৭ কিলোগ্ৰাম ভাং জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত ৮কে’জি মণিপুৰী ভাং,’ নৰ্থ ইষ্ট নাও-ক জনালে আৰক্ষী বিষয়া চেতিয়াই।

আৰক্ষীয়ে জনোৱা মতে ভাংখিনি নগাঁৱৰ পৰা অনা বুলি আহমেদে স্বীকাৰ কৰিছে। অধিক তথ্যৰ বাবে ধৃত আহমেদক জেৰা আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে৷

বোকাখাতৰ বিভিন্ন স্থানত এনে ভাঙৰ ঘাটিবোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে বুলি জনাইছে মহকুমা আৰক্ষী বিষয়া চেতিয়াই৷

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd