• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰৰ হকী খেলুৱৈ চিংলেনছানা সিঙলৈ ২০১৯ বৰ্ষৰ অৰ্জুন বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2019 5:32 pm

1 min read

Chinglensana Singh Kangujam

ফটো উৎস : ইণ্টাৰনেট

8.4k
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবা মাহ ধৰি আঘাতৰ সমস্যাৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হৈ থকা মণিপুৰৰ হকী খেলুৱৈ চিংলেনছানা সিং কাংগুজামৰ বাবে সুখবৰ।

২০১৯ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হ’ল চিংলেনছানা সিং।

এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাত উৎফুল্ল হৈ পৰা চিংলেনছানা সিঙে কয়, ‘এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাতো মোৰ বাবে সন্মানৰ কথা’।

বৰ্তমান বেংগালুৰুত চিকিৎসা তথা প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সিঙে কয়, ‘অলিম্পিক কোৱালিফায়াৰ্ছৰ পূৰ্বে সুস্থ হৈ উঠাটো মোৰ বাবে খুবেই প্ৰয়োজনীয়। ইতিমধ্যে মই দৌৰা আৰু জিমত যোৱা আৰম্ভ কৰিছো’।

উল্লেখ্য যে ২০০খন আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিজ্ঞতা থকা এই গৰাকী খেলুৱৈয়ে যোৱা বছৰ ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা বিশ্বকাপত ভাৰতীয় দলৰ উপ অধিনায়কৰ দায়িত্বত আছিল।

২০১১ চনৰ পৰাই ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য তথা নিয়মীয়া খেলুৱৈ হিচাপে নিজৰ দায়িত্ব পালন কৰি অহা সিঙে ইম্ফল জিলাৰ বাচিখং গাঁৱৰ মীৰা হকী ক্লাবত পোন প্ৰথমবাৰৰ বাবে ২০০২ চনত এই খেলবিধ খেলা আৰম্ভ কৰিছিল।

দেশৰ উপৰি কেইবাটা ক্লাবৰ হৈ খেলাৰো অভিজ্ঞতা আছে মণিপুৰৰ এইগৰাকী হকী খেলুৱৈৰ।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd