• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিহাৰ জে’লৰ পৰা দিল্লীবাসীলৈ চিঠি মনীষ চিছ’দিয়াৰ; কি লিখিলে কাৰাৰুদ্ধ আপ নেতাগৰাকীয়ে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 5, 2024 4:32 pm
মনীষ ছিছ'দিয়া। ফাইল ফটোঃ সংগ্ৰহীত।

মনীষ ছিছ'দিয়া। ফাইল ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। যোৱা ১৩ মাহৰ পৰা তেওঁৰ নতুন ঠিকনা হৈছে কাৰাগাৰ। অৱশ্যে তেওঁৰ দৃঢ় বিশ্বাস যে তেওঁ অতি সোনকালে বন্দীত্বৰ পৰা মুক্তি পাব। সেই বাৰ্তা আৰু আশাৰে জেলৰ পৰা দিল্লীবাসীলৈ আম আদমি পাৰ্টিৰ নেতা মনীষ চিছ’দিয়াই লিখিছে এখন চিঠি।

দিল্লীৰ জনসাধাৰণ, বিশেষকৈ তেওঁৰ বিধানসভা সমষ্টিৰ বাসিন্দাসকলৰ কথা উল্লেখ কৰি চিছ’দিয়াই এই পত্ৰখন লিখিছে। চিঠিখনত তেওঁ লিখিছে, “শীঘ্ৰে দেখা পাম”। তেওঁ লগতে কয় যে তেওঁৰ দলে যিদৰে সুস্থ শিক্ষা ব্যৱস্থা আৰু বিদ্যালয়ৰ বাবে যুঁজ দি গৈছে, সেইদৰে যুঁজখন অব্যাহত থাকিব।

লগতে পঢ়কঃ ‘পুৰুষৰ দৰে বস্ত্ৰ’ পৰিধান কৰাটোৱে হৈ পৰিল অপৰাধ; ভুক্তভোগী পৰ্যটকক অসম আৰক্ষীৰ চৰম উপহাস

Apply Now

ইয়াৰ পিছত ছিছ’দিয়াই তেওঁৰ গ্ৰেপ্তাৰক ব্ৰিটিছ যুগত স্বাধীনতা সংগ্ৰামীক গ্ৰেপ্তাৰ কৰাৰ সৈতে তুলনা কৰিছে। চিছ’দিয়াই লিখিছে, “ব্ৰিটিছ একনায়কত্ববাদ চলাৰ পাছতো স্বাধীনতাৰ সপোন পূৰণ হৈছিল। সকলোৱে একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিলে। একেদৰে আমিও ভাল শিক্ষা ব্যৱস্থাৰ বাবে যুঁজ দি গৈছো। ইংৰাজসকলে নিজৰ ক্ষমতাক লৈ অহংকাৰ কৰিছিল। মিছা অভিযোগত বহু লোকক কাৰাগাৰত ভৰাই থোৱা হৈছিল। গান্ধীজী বহু বছৰ কাৰাগাৰত আছিল। নেলছন মেণ্ডেলাকো কাৰাগাৰত ভৰোৱা হৈছিল। এই সকলোবোৰ ব্যক্তিত্বই মোৰ প্ৰেৰণা।”

আপ নেতাগৰাকীয়ে লগতে লিখিছে, “উন্নত দেশ এখনত ভাল শিক্ষা, ভাল বিদ্যালয়ৰ প্ৰয়োজন। মই সুখী যে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত সেই আন্দোলন আৰম্ভ হৈছে।”

এবছৰৰো অধিক সময় ধৰি তেওঁ নিজৰ বিধানসভা সমষ্টিৰ বাসিন্দাক সাক্ষাৎ কৰিব পৰা নাই। কিন্তু চিছ’দিয়াই তেওঁক আৰু তেওঁৰ পৰিয়াল তথা পত্নীৰ যত্ন লোৱাৰ বাবেও তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘মই আপোনালোক সকলোকে বহুত মিছ কৰিছো।‘

লগতে পঢ়কঃ চৰকাৰক সমালোচনা কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত দেশৰ ৫ বে-চৰকাৰী প্ৰতিষ্ঠানঃ অনুজ্ঞাপত্ৰ বাতিল

যোৱা বছৰৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত কেৱল চিছ’দিয়াই নহয়, সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰা হৈছিল। মঙলবাৰে তেওঁক জামিনত মুকলি কৰি দিয়া হয়। এই গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আপৰ আন এজন নেতা বিজয় নায়াৰক।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd