• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোদীৰ ‘মন কি বাত’ৰ পৰা আয় ৩৪ কোটি টকা! ৰাজ্যসভাত জনালে চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2025 6:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’এ উপাৰ্জন কৰিছে ৩৪.১৩ কোটি টকা। শুকুৰবাৰে ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰে মোদী চৰকাৰে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে কয় যে এই কাৰ্যসূচী বিভিন্ন মাধ্যমত সম্প্ৰচাৰ কৰা হয়।

অল ইণ্ডিয়া ৰেডিঅ’ৰ দ্বাৰা প্ৰস্তুত কৰা এই অনুষ্ঠানৰ সম্প্ৰচাৰৰ বাবে কোনো অতিৰিক্ত ধন ব্যয় হোৱা নাছিল বুলিও তেওঁ জানিবলৈ দিয়ে। বৰঞ্চ ইয়াৰ পৰাই উপাৰ্জন কৰিছিল ৩৪.১৩ কোটি টকা। মন কৰিবলগীয়া যে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে ২০১৪ চনৰ ৩ অক্টোবৰত সম্প্ৰচাৰ কৰা হৈছিল।

Apply Now

মুৰুগানে আজি কয় যে দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশই প্ৰতি মাহৰ শেষৰ দেওবাৰে অল ৰেডিঅ’ ইণ্ডিয়াই সম্প্ৰচাৰিত ‘মন কি বাত’ শুনি থাকে। ইয়াৰ উপৰিও দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় আৰু বিভিন্ন আঞ্চলিক চেনেলতো সম্প্ৰচাৰ কৰা হয়। লগতে তেওঁ কয় যে ডি ডি ফ্ৰী ডিচৰ অফাৰ অনুসৰি ইয়াক ৪৮টা অল ইণ্ডিয়া ৰেডিঅ’ চেনেল আৰু ৯২টা টিভি চেনেলত সম্প্ৰচাৰ কৰা হয়। ইয়াৰ উপৰিও পিএমঅ’ ইণ্ডিয়াৰ ইউটিউব চেনেল আৰু প্ৰসাৰ ভাৰতীৰ অ’টিটি প্লেটফৰ্ম ৱেভছত শুনা যায়। ইয়াৰ উপৰিও ‘NewsOnAir’ নামৰ মোবাইল এপটোত শুনা যায়।

প্ৰসংগক্ৰমে যোৱা মাহৰ শেষৰ দেওবাৰটো আছিল ‘মন কি বাত’ অনুষ্ঠানৰ শেহতীয়া খণ্ড। তাতে প্ৰধানমন্ত্ৰীয়ে বংগৰ অগ্নি যুগৰ এজন বিপ্লৱীক স্মৰণ কৰে ভাষণত তেওঁ স্বাধীনতা আন্দোলনৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ওপৰত আলোকপাত কৰে। সেই সময়ত মোদীয়ে খুদিৰাম বসুক দেশপ্ৰেমৰ অন্যতম উজ্জ্বল নিদৰ্শন হিচাপে উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd