• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ ‘মন কী বাত’ত স্থান পালে শ্বিলঙৰ চেৰী ফুলে

‘কৃষকৰ সৱলীকৰণত সহায় কৰিব নতুন কৃষি আইনে’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2020 2:32 pm
a modi-mann-ki-baat-news
323
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অল ইণ্ডিয়া ৰেডিঅ’ যোগে তেওঁৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাত সম্প্ৰচাৰ কৰে।

৭১ সংখ্যক মন কী বাত অনুষ্ঠানত মোদীয়ে শ্বিলঙৰ চেৰী ফুলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। মোদীয়ে কয় যে দেশত এতিয়া শীত পৰিছে।

শীতৰ হাত ধৰি ফুলি উঠিছে বিতোপন চেৰী ফুল। চেৰী ফুলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আমি জাপানলৈ যাব নালাগে।

শ্বিলঙতে চেৰী ফুলে হাত বাউলি মাতি আছে বুলি মোদীয়ে কয়।

যিটো সময়ত দেশৰ কৃষকসকলে দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত আন্দোলন কৰি আছে সেই সময়তে মোদীয়ে আজি তেওঁৰ মন কী বাত অনুষ্ঠানত তিনিখনকৈ কৃষি আইনে দেশৰ কৃষকক সৱল কৰি তোলাত সহায় কৰিব বুলি কয়।

তেওঁ কয় যে কৃষি আইনে দেশৰ কৃষকসকলক পূৰ্বৰ শিকলিৰ পৰা মুক্ত কৰি নিজকে অধিক সমৃদ্ধশালী কৰি তোলাত অৰিহণা যোগাব।

তেওঁ কৃষি বিষয়ক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলক ওচৰৰ গাঁও সমূহলৈ গৈ কৃষক সকলক কৃষি ক্ষেত্ৰেত সংযোজন হোৱা আধুনিক ব্যৱস্থাৱলী সন্দৰ্ভত অৱগত কৰিবলৈ আহ্বান জনায়।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি মোদীয়ে কয় যে যেতিয়ালৈকে কোভিডৰ ভেকচিন বজাৰলৈ নাহে তেতিয়ালৈকে দেশবাসীয়ে সাৱধানেৰে চলিব লাগিব।

তেওঁ দেশবাসীক কোভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায়।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd