• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

বহু কৰ্মচাৰীৰ চাকৰি খাব কৃত্ৰিম বুদ্ধিমত্তাই! বাজেটৰ পূৰ্বে প্ৰকাশ পোৱা আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2025 2:34 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আদৰ বাঢ়িছে  কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)। ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটৰ পূৰ্বে এআইৰ উত্থানক লৈ উদ্বেগ প্ৰকাশ পাইছে দেশৰ অৰ্থনৈতিক সমীক্ষাত।

কেৱল সেয়াই নহয়, কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যধিক প্ৰসাৰ ৰোধৰ বাবে শীঘ্ৰে নিৰ্দিষ্ট নীতি প্ৰণয়ন কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিয়া হৈছে।

Apply Now

এই অৰ্থনৈতিক সমীক্ষাত কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানে দেশৰ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব সেই বিষয়ে বিতংভাৱে উল্লেখ কৰিছে।

ইয়াৰ উপৰিও কোৱা হৈছে যে বৰ্তমানৰ পৃথিৱীখন প্ৰযুক্তি অবিহনে স্থবিৰ হৈ পৰিব। যাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰো প্ৰয়োজন। কিন্তু বৃহৎ জনসংখ্যা থকা দেশ ভাৰতত অৰ্থনৈতিক দিশত শ্ৰমিকৰ সংখ্যা বহু বেছি। শ্ৰমিকৰ আয়ত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে এআইৰ ব্যৱহাৰৰ সমান্তৰালকৈ শ্ৰমিকৰ বাবে উপাৰ্জনৰ বিকল্প উপায়ো সৃষ্টি কৰিব লাগিব।

আন্তৰ্জাতিক শ্ৰমিক সংস্থাই আশংকা প্ৰকাশ কৰিছে যে এআইৰ বাবে বিশ্বৰ ৭.৫ কোটি চাকৰি সম্পূৰ্ণৰূপে নাইকিয়া হ’ব। অতীতৰ ইতিহাসলৈ চালে আমি দেখিম যে প্ৰযুক্তিৰ বিকাশৰ বাবে এনে ঘটনা আগতেও ঘটিছে।

অধ্যয়নটোৱে ভৱিষ্যদ্বাণী কৰিছে যে স্বাস্থ্য, গৱেষণা, ন্যায়, শিক্ষা, ব্যৱসায়, বিত্তীয় সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত এআইয়ে মানৱ প্ৰদৰ্শনক অতিক্ৰম কৰিব। এনে পৰিস্থিতিত এনে কিছুমান নীতি প্ৰণয়ন কৰা উচিত যিয়ে শ্ৰমিকসকলৰ বাবে আয়ৰ বিকল্প উৎস মুকলি কৰাই নহয়, তেওঁলোকৰ সুৰক্ষাও নিশ্চিত কৰিব।

একে সময়তে খবৰ পোৱা গৈছে যে ২০৩০ চনৰ ভিতৰত কৃষি খণ্ডৰ বাহিৰত ৭৮.৫ নিযুত নতুন চাকৰিৰ সৃষ্টি হ’ব লাগিব যাতে সকলো শৃংখলাবদ্ধ হৈ থাকে। অন্যথা দেশৰ শ্ৰম বজাৰত সমস্যাৰ সৃষ্টি হ’ব। যিয়ে উন্নয়নৰ গতি লেহেমীয়া কৰিব।

মন কৰিবলগীয়া যে বিশ্বৰ বজাৰত কৃত্ৰিম বুদ্ধিমত্তা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত চাকৰিৰ বজাৰত সংকটৰ সৃষ্টি হ’ব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে যদিও ইয়াৰ দ্বাৰা নিয়োগৰ বিকল্প পথো মুকলি হ’ব বুলি অস্বীকাৰ কৰিব নোৱাৰি।

এই সন্দৰ্ভত খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে বৰ্তমান সময়ত প্ৰযুক্তিৰ প্ৰয়োজন হ’লেও চাকৰিৰ ক্ষেত্ৰত যাতে বেছি প্ৰভাৱ নপৰে সেয়াও নিশ্চিত কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd