• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ পালেহি সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভাষ্ম : অজস্ৰজনে জনালে শ্ৰদ্ধাঞ্জলি

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 12, 2020 3:44 pm

1 min read

20201212_151132
6.9k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিস্থিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

 সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্মৃতিত সমগ্ৰ অসমত পৰিভ্ৰমণ কৰা শান্তি সদভাৱনা যাত্ৰা আজি শিৱসাগৰত উপস্থিত হয়।

জননেতা তৰুণ গগৈৰ চিতাভষ্ম শিৱসাগৰত উপস্থিত হোৱাৰ পিছতেই তেওঁৰ চিতাভষ্মত শিৱসাগৰবাসীয়ে শ্ৰদ্ধাঞ্জলি জনায়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদগতি কামনা কৰি নাম প্ৰসঙ্গ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰা হয়।

জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো স্তৰৰ লোকে শিৱসাগৰত শেষ শ্ৰদ্ধা জনায় সকলোৰে প্ৰিয় নেতাগৰাকীক।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুত্ৰ গৌৰৱ গগৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইকে ধৰি বহু সংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত তেওঁৰ চিতাভষ্ম সমগ্ৰ শিৱসাগৰ চহৰ পৰিভ্ৰমণ কৰি দিখৌ নদীৰ ঘাটলৈ নিয়া হয়। দিখৌ নদীৰ ঘাটত বৈদিক নিয়ম নীতিৰে সদ্যপ্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভষ্ম শিৱসাগৰৰ দিখৌ নদীত বিসৰ্জন দিয়ে পুত্ৰ গৌৰৱ গগৈয়ে।

পিছত শান্তি সদভাৱনা যাত্ৰা চৰাইদেউ জিলালৈ যাত্ৰা কৰে।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd