• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত প্ৰাক্তন মুখ্য মন্ত্ৰী জননেতা তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 13, 2020 5:49 pm

1 min read

টীয়কত প্ৰাক্তন মুখ্য মন্ত্ৰী জননেতা তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

ফটো : নৰ্থ-ইষ্ট নাও

462
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ প্ৰাংগণত আজি ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জননেতা তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

টীয়কৰ অন্যতম সমাজকৰ্মী পল্লবী গগৈ, ৰেবত বৰুৱা, দিলীপ হাতীবৰুৱাক আহ্বায়ক হিচাপে লৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল।

প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ সুযোগ্য সন্তান তথা কলিয়াবৰ সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ ৰাণী নৰহকে প্ৰমুখ্য কৰি ভালে সংখ্যক জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি, দল-সংগঠন উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।

লগতে বিভিন্ন জাতি-জনগোষ্ঠী, অনুষ্ঠান-প্ৰতিস্থানে পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আগবঢ়াই বিদেহী আত্মাৰ সদগতি কামনা কৰে।

উল্লেখ্য যে যোৱা ২৩ নৱেম্বৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিয়লি ৫.৩৪ বজাত মৃত্যু ঘটিছিল।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd