• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত পুনৰ মাওবাদী নেতাক গ্ৰেপ্তাৰ, এইবাৰ কামৰূপ জিলাৰ কুকুৰমাৰাত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 7, 2022 8:42 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত গ্ৰেপ্তাৰ কৰা হৈছে ইজনৰ পিছত সিজনকৈ মাওবাদী নেতাক।

ডিব্ৰুগড়, কাছাৰৰ পিছত এইবাৰ কামৰূপ গ্ৰাম্য জিলাৰ কুকুৰমাৰাত গ্ৰেপ্তাৰ কৰা হৈছে এজন শীৰ্ষ মাওবাদী নেতাক।

Apply Now

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাওবাদী নেতাজনৰ নাম হৃদয় কলিতা বুলি জানিব পৰা গৈছে।

গোপন সূত্ৰৰ পম খেদি কলিতাক গ্ৰেপ্তাৰ কৰা হয়। কলিতাই দীৰ্ঘদিন ধৰি মাওবাদী সংগঠনৰ হৈ অসমত কাম কৰি অহাৰ অভিযোগ উঠিছে।

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ এন আই এ (NIA)য়ে এপ্ৰিল মাহৰ প্ৰথম ভাগতে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ পৰা এগৰাকী মহিলা চিপিআই (মাওবাদী) নেত্ৰীক গ্ৰেপ্তাৰ কৰিছিল।

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা মহিলা মাওবাদী নেত্ৰীগৰাকীক ৰীমা ওৰাং ওৰফে সৰস্বতী বুলি চিনাক্ত কৰা হৈছিল।

এন আই এয়ে অসমৰ কাছাৰ, কৰিমগঞ্জ, ডিব্ৰুগড় আৰু ধুবুৰী জিলাৰ ১৭ টা বিভিন্ন স্থানত তালাচী অভিযান চলাইছিল।

বাতৰি অনুসৰি, এজন শীৰ্ষ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰৰ সৈতে সম্পৰ্কৰ জেৰ টানি এন আই এয়ে এই অভিযান চলাইছিল।

যোৱা ৭ মাৰ্চত অসম আৰক্ষীয়ে মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য আৰু তেওঁৰ এজন সহযোগী আকাশ ওৰাং ওৰফে কাজলক কাছাৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু এজন কট্টৰপন্থী ৭০ বছৰীয়া অৰুণ কুমাৰ ভট্টাচাৰ্যৰ মূৰৰ বাবে ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

কাজল কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিচাৰ চিপিআই (মাওবাদী)ৰ অসম ৰাজ্যিক সাংগঠনিক সমিতিৰ সদস্য।

আৰক্ষীয়ে কৈছিল যে কাঞ্চন দা তেওঁৰ সহযোগীসকলৰ সৈতে অসম আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত চিপিআই (মাওবাদী)ৰ নেটৱৰ্ক সম্প্ৰসাৰণত জড়িত আছিল

গোচৰটো প্ৰথমতে গুৱাহাটীৰ অপৰাধ শাখা আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল, আৰু পিছত এনআইএয়ে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল।

তালাচীৰ সময়ত, চিপিআই (মাওবাদী)ৰ ডিজিটেল সঁজুলি আৰু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd