DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কিংবদন্তী ফুটবলাৰ পেলেৰ নামেৰে নামাংকৃত হ’ব ব্ৰাজিলৰ মাৰাকানা ষ্টেডিয়াম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2021 6:06 pm
184
VIEWS
Share on FacebookShare on Twitter

কিংবন্তী ফুটবলাৰ পেলেৰ নামত ষ্টেডিয়াম নামাংকন কৰা হ’ব।

ব্ৰাজিলৰ প্ৰসিদ্ধ মাৰাকানা ষ্টেডিয়ামখন দেশখনৰ ‘জাতীয় নায়ক’ পেলেৰ নামত নামাকৰণ কৰিবলৈ লোৱা হৈছে।

ৰিঅ’ ডি জেনেেইৰ’ চহৰত স্থাপিত ষ্টেডিয়ামখনৰ এতিয়াৰ পৰা নতুন নাম হ’ব- ”এডছন আৰাণ্টেছ দ’ নাচ্ছিমেণ্ট’- ৰেই পেলে ষ্টেডিয়াম”।

উল্লেখযোগ্য যে পেলেৰ সম্পূৰ্ণ নামটো হৈছে- এডছন আৰাণ্টেছ দ’ নাচ্ছিমেণ্ট’।

আনহাতে ‘ৰেই’ শব্দটোৰে পৰ্টুগীজ ভাষাত ৰজাক বুজোৱা হয়।

অৰ্থাৎ পেলেক ৰজা বুলি সন্মান প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে ৮০ বছৰীয়া পেলেৰ ব্ৰাজিলৰ হৈ তিনিবাৰ বিশ্বকাপ জয় কৰিছিল।

দুধূৰ্ষ ফৰৱাৰ্ডজনে ফুটবল কেৰিয়াৰৰ ১,০০০ সংখ্যক গ’লটো মাৰাকানা ষ্টেডিয়ামতে সম্পন্ন কৰিছিল।

১৯৬৯ চনত ব্ৰাজিলৰ ছান্টোছ ক্লাবৰ হৈ ভাস্কো ডা গামা ক্লাবৰ বিৰুদ্ধে তেওঁ এই গ’লটো কৰিছিল।

এই মাৰাকানা ষ্টেডিয়ামতে ১৯৫০ আৰু ১৯১৪ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলকেইখন অনুস্থিত কৰা হৈছিল।

আনহাতে ২০১৬ চনৰ অলিম্পকৰ উদ্বোধনী অনুষ্ঠানো সম্পন্ন কৰা হৈছিল এই ষ্টেডিয়ামতে।

৭৮,৮৩৮টা চীট থকা ষ্টেডিয়ামখন প্ৰথমে মাৰিয়’ ফিল্হ’ নামৰ এজন সাংবাদিকৰ নামত নামাংকৃত কৰা হৈছিল।

সাংবাদিকজনে ১৯৪০ চনত ষ্টেডিয়ামখন নিৰ্মাণত আগভাগ লৈছিল।

কিন্তু পাছলে ষ্টেডিয়ামখন য’ত স্থাপিত হৈছিল, সেই ঠাইৰ নামেৰে ‘মাৰাকানা ষ্টেডিয়াম’ৰ ৰূপৰ বিশ্বৰ ক্ৰীড়া জগতত চিনাকি নাম হৈ পৰিল।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd