DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা মহকুমা আৰক্ষীৰ অভিযানত ৫জন যুৱক আটক; বৃহৎপৰিমাণৰ ড্ৰাগছ, নগদ ধন জব্দ

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
February 3, 2022 8:11 pm
IMG-20220202-WA0041

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ আৰু নগদ ধন। ফটো: নৰ্থইষ্ট নাও।

145
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছৰ বিৰুদ্ধ ২৪ ঘণ্টাৰ অভিযানত ৫জন যুৱকক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

ৰাজ্যত আৰক্ষী প্ৰশাসনৰ দ্বাৰা ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছ, নগদ ধন সহ চাৰিজন যুৱকক আজি আটক কৰিবলৈ সক্ষম হয়।

 প্ৰাপ্ত খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ চেষ্টাত আৰু ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত বৰদলৈৰ নেতৃত্বত ডিগবৈ বন সংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত চলোৱা তালাচী অভিযানত এছ ০১ এম ৭০৯১ নম্বৰৰ চুইফট ডিজায়াৰ বাহনেৰে দুলীয়াজান দিশৰ পৰা ডিগবৈ অভিমুখে আহি থকাৰ অৱস্থাত আটকাধীন যুৱক কেইজনৰ ওপৰত সন্দেহ ওপজাত ড্ৰাগছ সৰবৰাহকাৰী চাৰিজন যুৱকসহ ২১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, নগদ ১ লাখ ১০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: পাকিস্তানৰ সেনা ঘাটিত বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ; ৫জন সেনাকে ধৰি নিহত কমেও ১৯জন

আটকাধীন যুৱক কেইজন ক্ৰমে মাৰ্ঘেৰিটা ১ নং মাকুম পথাৰৰ নয়ন হাজৰিকাৰ পুত্ৰ জিতু হাজৰিকা (৩২), স্বৰ্গীয় সুৰেন বৰাৰ পুত্ৰ অজিত বৰা (৩১), স্বৰ্গীয় অকণ সন্দিকৈৰ পুত্ৰ জিতু সন্দিকৈ (৩১) আৰু চৰাইদেউ জিলা আইদেউবাৰী বাগান গাঁৱৰ চৰাইদেউৰ নিবাসী টিল বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ৰাজু ছেত্ৰী (৩৭)। 

আটকাধীন যুৱক কেইজনক ডিগবৈ আৰক্ষীয়ে জিম্মাত লৈ ২২/২২ নম্বৰত কেচ ৰুজু কৰি ২৩ বি এন ডি পি এছ  ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Drugs dealer
মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাকাৰী যুৱক কেইজন। ফটো: নৰ্থইষ্ট নাও।

আনহাতে কালি নিশা মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁ‌ৱৰ আৰু লিডুৰ নৱ নিযুক্ত উপ পৰিদৰ্শক জ্যোতিষ ফুকনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ খবৰ ভিত্তিত দিহিং চাহবাগিছাৰ সমিপৰ কাৰ্বন ফেক্টৰিলৈ যোৱা পথৰ কাষৰ এখন দোকনত অভিযান চলাই আকাশ দত্ত নামৰ এজন ড্ৰাগছ ব্যৱসায়ী যুৱকক আটক কৰি থানালৈ লৈ আহে।

লগতে পঢ়ক: দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে; দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ!

যুৱক জনৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এটা চিৰিঞ্জ, এটা মবাইল, ৭৩টা প্লাষ্টিক টেমা আৰু নগদ ২১, ৮৯০ টকা জব্দ কৰে। লগতে এ আৰ ১১ ৭৭৫১ নম্বৰৰ মাৰুতি ভান এখনো জব্দ কৰে আৰক্ষীয়ে।

উল্লেখ যে ড্ৰাগছৰ বিৰুদ্ধে এনে অভিযানক সচেতন ৰাইজে আদৰণি জনাইছে। 

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd