• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱৰ ১৯টা সমষ্টিত তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা জাৰি

NE NOW NEWS চানু গগৈ
মৰিগাঁও , November 20, 2020 8:01 am

2 min read

মৰিগাঁৱৰ ১৯টা সমষ্টিত তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা জাৰি

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলাৰ ১৯টা সমষ্টিত হ’বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে মৰিগাঁও জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াই অধিসূচনা জাৰি কৰিছে।

উল্লেখ্য যে অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা জিলাখনৰ ১৯ টা পৰিষদীয় সমষ্টিত মুঠ ১,৪১,৪২৮ গৰাকী ভোটাৰ আছে।

ইয়াৰে সমষ্টি কেইটাত মুঠ পুৰুষ ভোটাৰ ৭১,৬০০ গৰাকী আৰু মহিলা ভোটাৰ ৬৯,৮২৮ গৰাকী আছে।

জিলাখনৰ পৰিষদীয় সমষ্টি কেইটা হৈছে ১ নং জামাদাৰী, ২ নং বৰঙণী, ৩ নং ভূৰবন্ধা, ৪ নং কোঁৱৰ গাঁও, ৫ নং ঢেকীফলা, ৬ নং মাণিপুৰ, ৭ নং গড়মাৰী, ৮ নং ঘগুৱা, ৯ নং দমাল, ১০ নং তেতেলিয়া, ১১ নং জোনবিল, ১২ নং ন খোলা, ১৩ নং নেলী খোলা, ১৪ নং গোভা, ১৫ নং বিহুবড়ি, ১৬ নং শ’লমাৰী, ১৭ নং ভোমোৰাগুৰি, ১৮ নং চাৰিপুনীয়া চাবুকধৰা আৰু ১৯ নং বৰচিলা সমষ্টি।

নিৰ্বাচনী অধিসূচনা অনুসৰি ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰৰ পৰা বিয়লি ৪.৩০ বজালৈ নিৰ্বাচনৰ ভোট গ্ৰহণ চলিব।

আনহাতে প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২৫ নৱেম্বৰৰ আবেলি ৩ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

২৬ নৱেম্বৰত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব আৰু সেই দিনাই বৈধ প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ’ব।

২৮ নৱেম্বৰৰ বিয়লি ৩ বজাৰৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেই দিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চূড়ান্ত প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ’ব।

উল্লেখ্য যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া জিলাখনৰ শাসক-বিৰোধী ৰাজনৈতিক দল সমূহৰ মাজত প্ৰাৰ্থিত্বৰ দাবীদাৰ সকলে নিজ নিজ দলত দলীয় টিকট বিচৰাৰ লগতে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd