• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

মংগল গ্ৰহত আছে জল সমুদ্ৰ! নাছাৰ হাতত পৰিছেহি আচৰিত তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 1:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মংগল গ্ৰহত পানী আছে নে নাই সেই সম্পৰ্কে আছে অন্তহীন জল্পনা-কল্পনা। পৃথিৱীৰ নিচেই   ওচৰৰ এই গ্ৰহটোক লৈ বহু জল্পনা-কল্পনা চলি আহিছে। ইয়াৰ মাজতে চৰ্চা লাভ কৰিছে আন এক খবৰে।

বহুতে ভাবে আমি সোনকালে মংগল গ্ৰহলৈ যোৱাটো প্ৰয়োজন। তাত থকা পৰিৱেশটো পৃথিৱীৰ দৰেই। ইতিমধ্যে তালৈ যাবলৈ বিভিন্ন প্ৰচেষ্টা আৰম্ভ হৈছে।

Apply Now

কিন্তু মংগল গ্ৰহত জীয়াই থাকিবলৈ প্ৰথমে প্ৰয়োজন হ’ব পানীৰ। এইবাৰ হয়তো বিজ্ঞানীসকলে সেই পানীৰ এক বিশাল উৎস বিচাৰি পাইছে।

ৰঙা গ্ৰহটোৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য প্ৰতিদিনে উন্মেষ ঘটিছে। মংগল গ্ৰহত পানী বিচাৰি ফুৰাৰ সময়ত বিজ্ঞানীসকলে এই কথা জানিব পাৰিছে যে গ্ৰহটোত মাটিৰ পৰা প্ৰায় ২ মাইল তলত পানী থাকিব পাৰে।

শেহতীয়া তথ্য অনুসৰি যে মংগল গ্ৰহত পোৱা পানীৰ পৰিমাণ ইমানেই বেছি যে ই পৃথিৱীৰ মুঠ পানীৰ প্ৰায় ৯ গুণ।

জানিব পৰা মতে, এই পানী মংগল গ্ৰহৰ মাটিৰ তলত কঠিন বৰফৰ ৰূপত আছে। যদি তেনেকুৱাই হয়, তেন্তে পানী তাৰ পৰা উলিয়াই অনাটো বৰ কঠিন হ’ব।

এই বৰফ উলিয়াবলৈ মংগল গ্ৰহৰ মাটিত খান্দিব লাগিব। তেতিয়াহে এই বৰফ দেখা পোৱা যাব। মংগল গ্ৰহৰ মাটিত খন্দা এই বিশাল কামৰ বিষয়ে বিজ্ঞানীসকলে ভালদৰেই জানে।

কিন্তু যদিহে এই বৰফ মাটিৰ তলৰ পৰা উলিয়াব পৰা যায় তেন্তে তাৰ পৰা ওলোৱা পানীৰ ভাণ্ডাৰে মংগল গ্ৰহৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। কিন্তু মাটিৰ পৰা এই পানী কেনেকৈ উলিওৱা হ’ব সেয়া এতিয়া লাখ টকাৰ প্ৰশ্ন।নাছাই লাভ কৰা ছবিত মংগল গ্ৰহৰ পৃষ্ঠৰ তলত বগা পানীৰ দৰে পদাৰ্থ দেখা গৈছে। নাছাৰ বিজ্ঞানীসকলে বিশ্বাস কৰে যে ই বৰফৰ বাহিৰে আন একো নহয়। ভৱিষ্যতে যদি মানুহে মংগল গ্ৰহত বাস কৰে তেন্তে এই কঠিন বৰফে তেওঁলোকৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd