DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চমকপ্ৰদ প্ৰত্যাৱৰ্তন : জাৰ্মানীৰ বাৰ্লিনত অপৰাজিত হৈ ৰ’ল মেৰীকম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 7:27 am
File photo: Boxer MC Mary Kom

বক্সাৰ মেৰীকমৰ ফাইল ফটো

301
VIEWS
Share on FacebookShare on Twitter

ছবাৰৰ বাবে মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা এম চি মেৰীকমে ৫১ কেজিত প্ৰত্যাৱৰ্তন কৰাৰ পাছত নিজৰ জয়ৰ গতি অটুট ৰাখিছে। তেওঁ প্ৰশিক্ষণ মূলক ভ্ৰমণলৈ জাৰ্মানীৰ বাৰ্লিনলৈ গৈছিল। আৰু তাত খেলা তিনিওখন মেচতে মেৰী কমে একপক্ষীয় ভাৱে বিজয় সাব্যস্ত কৰে। 

যোৱা বছৰ নবেম্বৰত ষষ্ঠবাৰ বিশ্ব খিতাপ জয় কৰা মেৰী কমে অলিম্পিকত দ্বিতীয় পদক জিকা তথা প্ৰতিযোগিতাখনত ৪৮ কেজি শাখা অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৫১ কেজিত যুঁজা আৰম্ভ কৰি দিছিল। 

বাৰ্লিনত মেৰী কমে পৰাস্ত কৰা খেলুৱৈ কেইগৰাকী ক্ৰমে য়ুক্ৰেইনৰ ডাৰিয়া ছিয়াৰিইবা, জাৰ্মানীৰ উৰ্ছলা গ’টলভ আৰু নৰৱে’ৰ ভেৰ’নিকা লোছভিক। দুৰ্দান্ত শৈলীৰ বাবে বিশ্ব পৰিচিত মেৰী কমে আটাইকেইখন খেলতে ৫-০ৰ ব্যৱধানত জয়ী হয়।

আনহাতে নিজৰ এই প্ৰদৰ্শনত যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে মেৰী কমক। জাৰ্মানীত লাভ কৰা সাফল্যৰ বাবে প্ৰশিক্ষক চোটে লাল যাদৱক কৃতিত্ব দিয়াৰ লগতে অনাগত দিন সমূহতো এই ধৰণৰ প্ৰদৰ্শন আগবঢ়াই যাব পাৰিব বুলি বক্সাৰগৰাকীয়ে আশা প্ৰকাশ কৰে।

জানিব পৰা মতে ৯ মাৰ্চ অৰ্থাৎ শনিবাৰে স্বদেশলৈ ঘূৰি আহিব মেৰী কম।

Recent News

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

দেশৰ ৭৫ বছৰীয়া স্বাধীনতা! ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত

দেশৰ ৭৫ বছৰীয়া স্বাধীনতা! ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd