DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা; তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
June 26, 2020 11:00 am
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

452
VIEWS
Share on FacebookShare on Twitter

বিগত কেইদিনমান ধৰি হৈ থকা প্ৰবল বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

আজি ৰাতিপুৱা  গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা পাৱাৰ হাউচৰ সমীপত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

ভূমিস্খলনৰ ফলত এটা বাসগৃহৰ ওপৰত এখন গাৰ্ড ৱাল খহি পৰে আৰু গাৰ্ড ৱাল খহি পৰাৰ ফলতে ঘৰটোত থকা তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোক তিনিগৰাকী হৈছে ক্ৰমে- উষা বৰা(৬২), গোলাপী কলিতা(১৮) আৰু ভৰত কলিতা(৪৫)।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে গাৰ্ড ৱালৰ খহি পৰা অংশৰ তলতে আবদ্ধ হৈ আছে ভৰত কলিতা নামৰ লোকজন।

উষা বৰা আৰু গোলাপী কলিতাক উদ্ধাৰ কৰি ইতিমধ্যে হায়াত হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, উষা বৰা ঘৰটোৰ মালিক আৰু গোলাপী কলিতা আৰু ভৰত কলিতা উক্ত ঘৰটোতে ভাৰাতীয়া হিচাপে আছিল।

ইতিমধ্যে ঘটনাস্থলীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বাহিনী উপস্থিত হৈ ভৰত কলিতাক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

ঘটনাস্থলীত দিছপুৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু প্ৰসাদ দাসো উপস্থিত হৈছে।

জানিব পৰা মতে, ভূমিস্খলনৰ ঘটনাৰ পৰা কথমপি ভৰতৰ পত্নী আৰু পুত্ৰ সন্তান ৰক্ষা পৰে ।

Recent News

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd