• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ কুমাৰীকাটাত মহিলা সংগঠনৰ খাদ্য, মাস্ক বিতৰণ আৰু ক’ৰ’না বিষয়ক সজাগতা সভা

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , April 20, 2020 6:05 pm

1 min read

বাক্সা জিলাৰ কুমাৰীকাটাত মহিলা সংগঠনৰ খাদ্য, মাস্ক বিতৰণ আৰু ক’ৰ’না বিষয়ক সজাগতা সভা
696
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰতে ক’ৰ’না ভাইৰাছে বিৰুদ্ধে যুঁজি থকাৰ সময়ত আজি তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুমাৰীকাটাৰ ৩ নং মহামায়া মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আজি দুপৰীয়া বাইশটা  গ্ৰাম্য সংগঠনৰ সহায়ত হাত ধোৱা আৰু মাস্ক পৰিধান কৰা সম্পৰ্কত মহিলা সকলৰ মাজত এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দেখা যায়।

সামাজিক দূৰত্ব বজাই ৰাখি সংগঠনটোৰ শিখা কলিতা, সুশীলা দাস, দিপীকা দাস, বিনীতা বৈশ্য,ৰূপা বড়ো দাসৰ সহযোগত আজি কুমাৰীকাটাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে সজাগতামূলক অভিযান তথা সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।

আনহাতে, মণ্ডল বিষয়ববীয়া সকলে নিজ গৃহতে মাস্ক তৈয়াৰ কৰি কুমাৰীকাটাৰ লগতে ইয়াৰ আশে পাশে থকা গাঁও অঞ্চলত গৈ হাত ধুৱাৰ নিয়ম, মাস্ক পিন্ধাৰ কাৰণ আদিৰ বিষয়ে সজাগতা আনিবলৈ চেষ্টা চলোৱাৰ ওপৰিও ২০০ ৰো অধিক পৰিয়ালৰ মাজত চাউল, দাইল, নিমখৰ লগতে অন্যান্য কিছু খাদ্য সামগ্ৰী যোগান ধৰে।

মণ্ডল বিষয় ববীয়া সকলৰ এনে পদক্ষেপক লৈ প্ৰশংসা কৰিছে স্থানীয় ৰাইজে।

Recent News

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd