• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়া: আৰ্থিক সাহায্যৰ আহ্বান

NE NOW NEWS চানু গগৈ
মৰিগাঁও , January 27, 2021 4:41 pm

1 min read

a mori
344
VIEWS
Share on FacebookShare on Twitter

আজীৱন মানুহৰ অধিকাৰৰ স্বাৰ্থত নিৰলসভাৱে সংগ্ৰাম অব্যাহত ৰাখিও ভাগৰি নপৰা বৈকুণ্ঠ শইকীয়া নামৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ আপোচহীন কৰ্মী গৰাকী অৱশেষত শাৰীৰিক অসুস্থতাত ভুগি যোৱা ১৮ জানুৱাৰীৰ পৰা চিকিৎসাধীন হ‘ব লগা হৈছে ৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক সমিতিৰ উপদেষ্টা বৈকুণ্ঠ শইকীয়া সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোম “আয়ুচন্দা“ত চিকিৎসাধিন হৈ আছে ৷

জানিব পৰা মতে উচ্চ ৰক্তচাপ জনিত কাৰণত বৰ্ষিয়ান নেতা গৰাকীক যোৱা ১৮ জানুৱাৰীত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয় জি ডি নাৰ্চিংহোমত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সংকটজনক অৱস্থাত তেখেতক উন্নত চিকিৎসাৰ বাবে পুনৰ গুৱাহাটীৰ আয়ুচন্দালৈ স্থানান্তৰ কৰা হয় ৷

বৰ্তমানে মাছৰ কৰ্মী গৰাকী উক্ত নাৰ্চিংহোমখনতে চিকিৎসাধীন হৈ  আছে যদিও অৰ্থ সংকটৰ বাবে  শইকীয়াৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

এই ক্ষেত্ৰত বৈকুণ্ঠ শইকীয়াৰ  চিকিৎসাৰ বাবে মাছৰ সংগ্ৰামী সতীৰ্থ সকলক মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ কেন্দ্ৰীয় সমিতিয়ে আৰ্থিক সাহায্যৰ আহ্বান জনোৱাৰ লগতে শুভাকাংক্ষী সকলক Bank UBI  A/C no. 0640010317146.IFSC code :UTBIOBABG09. Micr code 782027502ৰ জৰিয়তে  আৰ্থিক সহায়-সহযোগ আগবঢ়াবলৈ দুখীয়া পৰিয়ালটোৱে  বিনম্ৰতাৰে আহ্বান জনাইছে ৷

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd