• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কালাপাহাৰ দৈগ্ৰোং হাতী দণ্ডিত চলিছে অবাধ খনন; ভয়ংকৰ হ’ব হাতী-মানুহৰ সংঘাত

উত্তম শইকীয়া by উত্তম শইকীয়া
May 13, 2019 7:25 pm
stone

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলাৰ চিলনীজান বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা উওৰ-পূবৰ ভিতৰতে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কালাপাহাৰ দৈগ্ৰোং হাতী দণ্ডি (এনিমেল কৰিড’ৰ)ত শেহতীয়াকৈ চলা খনন কাৰ্যৰ ফলত বনৰীয়া হাতীৰ বিচৰণ চিৰদিনৰ বাবে বন্ধ হৈ পৰাৰ উপক্ৰম ঘটাইছে।

জিলাখনৰ এচাম অসাধু শিল-বালি ব্যৱসায়ীৰ দৌৰাত্ম্যত উক্ত অঞ্চলটোত অবাধে চলি আছে খনন কাৰ্য। অকল খনন কাৰ্যতেই ক্ষান্ত নাথাকি হাতী দণ্ডিত থকা বনাঞ্চলো ধ্বংস কৰি পেলাইছে। যাৰ বাবে বাধাগ্ৰস্ত হৈছে হাতীৰ বিচৰণ।

Apply Now

মন কৰিব লগিয়া যে গুৰুত্বপূৰ্ণ এই হাতীৰ দণ্ডিত এটা সময়ত ৰাম টেৰাং নামৰ এখন গাঁও গঢ়ি উঠিছিল। গাঁওখনৰ বাবে দণ্ডিটোত হাতীৰ চলাচলত বাধাৰ সৃষ্টি হৈছিল। অঞ্চলটোত যাৰ বাবে হাতী মানুহৰ সংঘাতো বৃদ্ধি পাইছিল ৷

কিন্তু দেশৰ আগশাৰীৰ বেচৰকাৰী প্ৰকৃতি সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ উদ্যোগত ৰাম টেৰাং গাঁওখন হাতী দণ্ডিৰ পৰা অপসাৰিত কৰি পুনৰ সংস্থাপিত কৰাৰ পাছত পুনৰ মুকলি হৈ পৰিছিল এই হাতী দণ্ডিটো।

উল্লেখ্য যে ব্যাপক ৰূপত চলোৱা খনন কাৰ্যৰ বাবে উক্ত অঞ্চলটোত হাতীৰ সমস্যাই জটিল ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। দিনৰ ভাগতে চলা এই অবৈধ খনন কাৰ্য আৰু বন ধ্বংসৰ পাছতো নীৰৱ হৈ চকু মুদা কুলিৰ ভাও ধৰিছে চিলনিজানৰ বন বিভাগে।

সময় থাকোতেই এই খনন বন্ধ নহ’লে চিৰদিনৰ বাবেই বন্ধ হৈ যাব উত্তৰ-পূবৰ এটা গুৰুত্বপূৰ্ণ হাতীৰ দণ্ডি আৰু ভয়ংকৰ হৈ উঠিব হাতী মানুহৰ সংঘাত।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd