DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নীলম-ঝিলম বেহনে দো’-চীন বিৰোধী প্ৰতিবাদত উত্তাল পাকিস্তান অধিকৃত কাশ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2020 12:20 pm
WhatsApp Image 2020-08-25 at 11.45.12 AM

ফটো সৌজন্য: ৰিপাব্লিক ৱৰ্ল্ড

2.7k
VIEWS
Share on FacebookShare on Twitter

চীনৰ অভিন্ন বন্ধু পাকিস্তানৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে পাকিস্তান অধিকৃত কাশ্মীৰৰ হাজাৰ হাজাৰ লোক।

সোমবাৰে নিশা পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফৰবাদ চহৰ তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰে। নিশা আন্ধাৰৰ মাজেৰ জোৰ লৈ ইয়াৰ স্থানীয় লোকসকলে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদত চামিল হোৱা লোকসকলৰ এটাই শ্ল’গান আছিল ‘নদী ৰক্ষা কৰক, মুজাফৰবাদ ৰক্ষা কৰক’,’নীলম-ঝিলম বৈ থাকিবলৈ দিয়ক’।

উল্লেখ্য যে পাকিস্তানৰ ইমৰাণ খান চৰকাৰে চীনৰ সহায়ত পাকিস্তান অধিকৃত কাশ্মীৰত এটা বান্ধ নিৰ্মাণ কৰি আছে।

নীলম-ঝিলাম নৈৰ ওপৰত এই বান্ধটো নিৰ্মাণ হ’লে ভাৰত তথা কাশ্মীৰৰ জনসাধাৰণ সমস্যাৰ সন্মুখীন হ’ব। ইয়াৰ ফলত ভাৰতৰ দখলত থকা কাশ্মীৰত পানীৰ সংকট বৃদ্ধি পাব।

চীনে পাকিস্তানৰ এই কাৰ্যত সহায়ৰ হাত আগবঢ়াইছে। সেয়ে, চীনৰ বিৰুদ্ধে সোমবাৰে তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দাসকল।

পাকিস্তান অধিকৃত আজাদ পট্টনত কোহলা জলবিদ্যুৎ কেন্দ্ৰৰ এটা ক্ষিপ্ৰ প্ৰকল্প আৰম্ভ কৰিবলৈ লোৱা হৈছে।

চীন-পাকিস্তানৰ অৰ্থনৈতিক ক’ৰিডৰৰ আটাইতকৈ বৃহৎ তথা গুৰুত্বপূৰ্ণ প্ৰকল্প কোহলাই নীলম-ঝিলামৰ গতিপথ ৰুদ্ধ কৰি তুলিব। কিয়নো ইয়াতেই বান্ধ নিৰ্মাণ হ’ব।  সেয়েহে,পাকিস্তান অধিকৃত কাশ্মীৰৰ এই অঞ্চলৰ বাসিন্দাসকল প্ৰতিবাদত সৰৱ হৈ পৰিছে।

চীনৰ গাজুবা গ্ৰুপৰ সাহায্যত নিৰ্মিত এই বান্ধৰ হাত ধৰিয়েই পাকিস্তান অধিকৃত কাশ্মীৰৰত নিজৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ পাকিস্তান তৎপৰ হৈ পৰিছে।

কিন্তু চীন আৰু পাকিস্তানৰ ন্যস্ত স্বাৰ্থৰ মাজত অসহায় হৈ পৰিছে পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দাসকল।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd