• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাইত চলন্ত ৰে’লৰ সন্মুখত পৰি গ’ল এটি শিশু,তাৰ পিছত কি কৰিলে এজন সাহসী ৰে’ল কৰ্মচাৰীয়ে? চাওঁক ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 4:49 pm
tezpur-university
463
VIEWS
Share on FacebookShare on Twitter

এক শিহৰণকাৰী ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ নিজৰ টুইটাৰত প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে।

মুম্বাইৰ ভানগঞ্জ ৰে’ল ষ্টেছনৰ প্লেটফৰ্মেৰে আত্মীয়ৰ সৈতে গৈ আছিল এটি শিশু।

সেই সময়তে প্লেটফৰ্মৰ পৰা পিচলি তলৰ ৰে’ল লাইনত পৰি যায় শিশুটি।

শিশুটি ৰে’ল লাইনত পৰি যোৱাৰ সময়তে ৰে’ল লাইনেৰে দুৰন্ত গতিত আহি আছিল এখন ৰে’ল।

শিশুটিৰ সৈতে থকা আত্মীয়গৰাকীয়ে শিশুটিক বচাবলৈ চেষ্টা কৰিছিল যদিও ৰে’ল খন আহি শিশুটিৰ নিচেই কাষ পাইছিল।

শিশুটিক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সেই সময়তে সেই স্থানত উপস্থিত হৈছিল এগৰাকী সাহসী ৰে’ল কৰ্মী।

নিজৰ জীৱনকো তুচ্ছ কৰি ৰে’ল কৰ্মচাৰী ময়ুৰ ছেলকেই ৰে’ল লাইনেৰে দৌৰি আহি শিশুটিক তুলি ধৰিছিল আৰু প্লেটফৰ্মলৈ দলিয়াই দি নিজেও তড়িৎ গতিৰে প্লেটফৰ্মলৈ উঠি আহিছিল।

ফলত ৰক্ষা পৰিছিল শিশুটিৰ প্ৰাণ।

১৭ এপ্ৰিলত সংঘটিত এই ঘটনাৰ ভিডিঅ’ টুইটাৰত প্ৰকাশ কৰি কেন্দ্ৰীয় ৰ’ল মন্ত্ৰী পিযুষ গোৱেলে ৰে’ল কৰ্মচাৰী গৰাকীক প্ৰশংসা কৰিছে।

ৰে’ল মন্ত্ৰী গৰাকীয়ে তেওঁৰ টুইটাৰত এই বুলি কৈছে যে কোনো আৰ্থিক পুৰস্কাৰেৰে ৰে’ল কৰ্মচাৰী গৰাকীৰ কামৰ স্বীকৃতি দিয়াটো সম্ভৱ নহয়, তথাপি তেওঁক ৰে’ল বিভাগে পুৰস্কৃত কৰিব।

ৰে’ল কৰ্মচাৰী ময়ুৰ ছেলকেৰ প্ৰশংসাত এতিয়া পঞ্চমুখ হৈ পৰিছে নেটিজেন সকলো।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd