• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ফ’বৰ্ছৰ প্ৰভাৱশালী মহিলাৰ তালিকাত চাৰি ভাৰতীয়: চাওক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2023 9:13 pm
Forbes Most Powerful Women For 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰখ্যাত আমেৰিকান আলোচনী ফৰ্বছে প্ৰকাশ কৰিছে চলিত বৰ্ষৰ বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলা। ফ’বৰ্ছৰ এই তালিকাত স্থান লাভ কৰিছে চাৰিগৰাকী ভাৰতীয় মহিলাই।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰশ্নি নাদৰ মালহোত্ৰা, সোমা মণ্ডল আৰু কিৰণ মজুমদাৰ শ্ব’ই ফ’বৰ্ছৰ এই তালিকাত স্থান লাভ কৰিছে।

Apply Now

শাসকীয় বিজেপি দলৰ বয়োজ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমণে সম্প্ৰতি দেশৰ বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৭ চনৰ পৰা ২০১৯ চনলৈ দেশৰ ২৮ সংখ্যক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সীতাৰমণে বিগত বৰ্ষত ফ’ৰ্বছৰ বিশ্বৰ প্ৰভাৱশালী মহিলাৰ তালিকাত ৩৬ সংখ্যক স্থান লাভ কৰিছিল। এইবাৰ চাৰিটা স্থানৰ উত্তৰণ ঘটি ৩২ সংখ্যক স্থান লাভ কৰিছে ৰাজনৈতিক নেত্ৰীগৰাকীয়ে।

প্ৰযুক্তি কোম্পানী এইচ চি এল টেকন’লজিছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৪২ বছৰীয়া ভাৰতীয় ধনাঢ্য মহিলা ৰশ্নি নাদাৰ মালহোত্ৰাই এই তালিকাত ৬০ সংখ্যক স্থান লাভ কৰিছে।

ভাৰতৰ তালিকাভুক্ত কোনো আই টি কোম্পানীৰ শীৰ্ষ পদবীধাৰী প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰিছিল মালহোত্ৰাই। এইচ চি এলৰ প্ৰতিষ্ঠাপক শিৱ নাদৰৰ একমাত্ৰ সন্তান হিচাপে তেওঁ ভাৰতৰ আটাইতকৈ ধনৱন্ত মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে।

উল্লেখ্য যে, ফ’ৰ্বছে প্ৰভাৱশালী মহিলাৰ তালিকাত ইতিপূৰ্বেও স্থান লাভ কৰিছে মালহোত্ৰাই। তেওঁ ২০১৯ চনত ৫৪তম স্থান, ২০২০ চনত ৫৫তম স্থান লাভ কৰিছিল। চলিত বৰ্ষত তেওঁ লাভ কৰিছে ৬০তম স্থান।

ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়াৰ বৰ্তমানৰ অধ্যক্ষ সোমা মণ্ডলক প্ৰভাৱশালী মহিলাৰ তালিকাত ৭০ তম স্থানত ৰাখিছে ফ’বৰ্ছে। ৬০ বৰ্ষীয় মণ্ডল ২০২১ চনৰ আৰম্ভণিতে প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰি ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়াৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল।

১৯৮৪ চনত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰা মণ্ডলে নেচনেল এলুমিনিয়াম কোম্পেনী (NALCO)ৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। চলিত বৰ্ষত তেওঁ ইটি প্ৰাইম ৱ’মেন লিডাৰশ্বীপ এৱাৰ্ড ২০২৩ ত ‘বৰ্ষটোৰ মুখ্য কাৰ্যবাহী বিষয়া’ হিচাপে সন্মানিত হৈছিল।

ইফালে দেশৰ আগশাৰীৰ মহিলা উদ্যোগপতি কিৰণ মজুমদাৰ-শ্ব’ৱে তালিকাত ৭৬ তম স্থান লাভ কৰিছে। তেওঁ বাংগালুৰুত বায়’কন লিমিটেড আৰু বায়’কন বায়’লজিক্স লিমিটেড প্ৰতিষ্ঠা কৰিছিল।

বায়’টেকন’লজী কোম্পানীসমূহত সক্ৰিয় ভূমিকাৰ উপৰিও তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ প্ৰাক্তন অধ্যক্ষ আছিল। বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত “অ’থমেৰ গ’ল্ড মেডেল” লাভ কৰিছিল।

২০১১ চনত তেওঁ ফাইনেন্সিয়েল টাইমছৰ শীৰ্ষ ৫০ গৰাকী মহিলাৰ ব্যৱসায়ীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।২০১৯ চনত ফৰ্বছে তেওঁক বিশ্বৰ ৬৮ সংখ্যক প্ৰভাৱশালী মহিলা হিচাপে স্বীকৃতি দিছিল। ২০২০ চনত তেওঁক ‘ই ৱাই ৱৰ্ল্ড এণ্ট্ৰ’প্ৰ’নিউৰ অৱ দ্য ইয়েৰ’ হিচাপে সন্মানিত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd