• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাত্ৰ ৪০ টকাত ১ লিটাৰ পেট্ৰল! সম্ভৱ, কিন্তু কেনেকৈ? চাওক আমাৰ এই প্ৰতিবেদন

পুনৰ অব্যৱহাৰ্যহীন প্লাষ্টিকৰ পৰা ইন্ধন সৃষ্টি হায়দৰাবাদ এজন অভিযন্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 5, 2020 12:49 pm

1 min read

aa5abfd87b5933e870353704a5ed0bc3

অভিযন্তা সতীশ কুমাৰ, ফ'টো সৌজন্য- ইন্টাৰনেট

79.1k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ৪০ টকাত ১ লিটাৰ পেট্ৰল দিবলৈ সাজু এজন ব্যক্তি!

পিছে কোন তেওঁ ? আৰু কেনেকৈ সম্ভৱ এয়া ?

হয়, এয়া সম্ভৱ। এই দাবী হায়দৰাবাদৰ এজন অভিযন্তাৰ।

হায়দৰাবাদৰ এজন মেকানিকেল অভিযন্তাই পূৰ্বে ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰা পেট্ৰল সৃষ্টি কৰি এই দৰত উপভোক্তাক পেট্ৰল দিয়া সম্ভৱ বুলি জানিবলৈ দিছে।

সতীশ কুমাৰ নামৰ ৪৫ বছৰীয়া অভিযান্ত্ৰিক অধ্যাপকজনে পূৰ্বে ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰা ইন্ধন সৃষ্টি কৰি উলিয়াইছে। আনকি তেওঁ ইয়াৰ বাবে ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া কোম্পানীৰ পঞ্জীয়নো লাভ কৰিছে।

এই সন্দৰ্ভত সতীশ কুমাৰে কয় যে পুনৰ ব্যৱহাৰ্যহীন প্লাষ্টিকৰ পৰা ডিজেল, বিমানত ব্যৱহাৰ্য ইন্ধন আৰু পেট্ৰল সৃষ্টি কৰিব পাৰি। তেওঁ লগতে কয় যে ৫০০ কিলোগ্ৰাম তেনে প্লাষ্টিকৰ পৰা ৪০০ লিটাৰ ইন্ধন সৃষ্টি কৰিব পৰা যায়। বায়ুশূন্য স্থানত প্লাষ্টিকৰ পৰা ইন্ধন সৃষ্টি কৰিব পাৰি বাবে এই প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশ আৰু জলবায়ু প্ৰদূষিত নহয়।

অৱেশ্য যথেষ্ট দীৰ্ঘ প্ৰক্ৰিয়াৰ দ্বাৰা এয়া সম্ভৱ বুলি কৈ তেওঁ কয় যে ৩৫০-৪০০ ডিগ্ৰী চেলছিয়াছৰ উত্তাপত প্লাষ্টিকসমূহ গলাই ইন্ধন সৃষ্টি কৰা হয়।

সতীশ কুমাৰে কয় যে এয়া তেওঁলোকে ব্যৱসায়িক মনোবৃত্তিৰে কৰা নাই। প্ৰকৃতি আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখিহে আৰম্ভ কৰা বুলি জানিবলৈ দিছে। অৱশ্যে কোনো উদ্যোগীয়ে তেওঁলোকৰ প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হ’লে সেয়া শ্বেয়াৰ কৰিবলৈ প্ৰস্তুত বুলি জনাইছে।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd