• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড-১৯ত প্ৰতিৰোধৰ বাবে ব্যৱহৃত N95 মাস্কৰ উদ্ভাৱক গৰাকীক জানো আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2020 11:42 am
n95-inventor-600x375
17.9k
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বই কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত অধিক সংখ্যক চিকিৎসকে সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ N95 শ্বাস গ্ৰহণক্ষম মাস্কৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।

কিন্তু তেওঁলোকৰ অধিক সংখ্যকে নাজানে যে এই মাস্কৰ আৱিষ্কাৰক প্ৰকৃততে এগৰাকী টাৱাইনৰ ব্যক্তি।

এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ তথা মেটেৰিয়েল ছাইন্টিষ্ট, ড০ পীটাৰ ছাই N95মাস্ক তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় ইলেকট্ৰ’ষ্টেটিক চাৰ্জিং টেকন’লজিৰ উদ্ভাৱনৰ বাবে মান্যতাপ্ৰাপ্ত ব্যক্তি।

চিকিৎসা বৃত্তিধাৰীসকলৰ মাজত ই আটাইতকৈ উচ্চ গুণসম্পন্ন মেডিকেল মাস্ক হিচাপে পৰিচিত।

টেনেছি বিশ্ববিদ্যালয়ত ৩৫বছৰ অধ্যাপনা কৰাৰ পাছত  ২০১৯চনত অৱসৰ গ্ৰহণ কৰা ছাইয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ১২টা পেটেন্টৰ গৰাকী।

বাতৰি অনুসৰি, N95ৰ ‘N’ মানে হৈছে ‘নন ৰেছিষ্টেন্ট টু অইল’ আৰু ‘95’ য়ে মাস্কটোৰ ০.৩ মাইক্ৰন অনুকণাৰ ৯৫ শতাংশ বাধা দিব পৰা সক্ষমতাক বুজাইছে। ই ভাইৰেল কণা, ধূলিকণা, ফুলৰেণু আৰু কাৰ বা কাৰখানাৰ পৰা ওলোৱা প্ৰদূষিত বায়ু ৰোধ কৰিব পাৰে।

সাধাৰণ মাস্কতকৈ ছাইৰ মাস্কে প্ৰথমশাৰীৰ চিকিৎসা কৰ্মীসকলৰ বাবে নিৰন্তৰ সংক্ৰমণৰ শংকা থকা বায়ু অনুকণা ৰোধৰ বাবে দহগুণ অধিক সুৰক্ষা দিয়ে।

অৱশ্যে, টাৱাইনৰ অধ্যাপক গৰাকীয়ে অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰাৰ লগতে কাচিৎহে তেওঁৰ উদ্ভাৱনৰ সম্পৰ্কত আলোচনা কৰে।

Tags: COVID-19

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd