• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰঞ্জীতো খেলিছিল, টী-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰা চফটৱেৰ ইঞ্জিনিয়াৰ কোন এই সৌৰভ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2024 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ বিশ্বকাপত ডাঙৰ অঘটন ঘটি গ’ল। ক্ৰিকেটৰ শিশু আমেৰিকাৰ হাতত পৰাস্ত হয় বিশ্বকাপ বিজয়ী পাকিস্তান। শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে ছিৰিজ জয়ৰ পিছত অপ্ৰত্যাশিতভাৱে জয়ী হোৱা বুলি কোৱা হৈছিল যদিও এইবাৰ তেওঁলোকে প্ৰমাণ কৰিলে যে আমেৰিকান দলটো মুঠেও উলাই কৰিব পৰা নহয়।

১৯৯১ চনত মুম্বাইত জন্মগ্ৰহণ কৰা সৌৰভ নেত্ৰভালকাৰ বৰ্তমানৰ মেগা ইভেণ্টত ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰা আমেৰিকাৰ নায়ক। কেৱল সেয়াই নহয়, এই ৩২ বছৰীয়া বাওঁহতীয়া মিডিয়াম পেচাৰগৰাকী ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ দলৰ সদস্যও আছিল।

Apply Now

ছুপাৰ অভাৰত ১৮ ৰান পালে পাকিস্তান দলে জয়ী হ’ব পৰা পৰিস্থিতিত সৌৰভে ১২ ৰান দিয়ে। মুম্বাইত ভাল প্ৰদৰ্শনৰ বাবে ৰঞ্জী ট্ৰফী দলতো আছিল। অৱশ্যে ভাৰতৰ বাবে যুৱ দলৰ এই তাৰকা সদস্য পেছাত এজন চফটৱেৰ ইঞ্জিনিয়াৰ আছিল। বৰ্তমান তেওঁ নিউয়ৰ্কৰ আমেৰিকাৰ চফটৱেৰ কোম্পানী অৰেকলত ভাল দৰমহাৰ চাকৰিও কৰি আছে। কিন্তু তেওঁৰ চখ ক্ৰিকেটৰ চৰ্চা পাহৰা নাছিল। যাৰ সতীৰ্থ আছিল কে এল ৰাহুল, জয়দেৱ উনাদকট, হৰ্শাল পেটেল।

পেছাৰ বাবে আমেৰিকালৈ আহিলেও তেওঁ নিয়মিতভাৱে ক্ৰিকেট খেলি নিজকে প্ৰমাণ কৰি আমেৰিকাৰ জাতীয় দলত স্থান লাভ কৰিছিল। ২০১০ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰা ভাৰতীয় দলটোৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল যুৱ মিডিয়াম পেচাৰগৰাকী।

বাবৰ আজম সেই পাকিস্তান যুৱ দলটোৰ অধিনায়ক আছিল। এইবাৰো সৌৰভৰ দলৰ হাতত পৰাস্ত হোৱা পাকিস্তান দলটোতো আছিল বাবৰ। কিন্তু সৌৰভে আমেৰিকাৰ জাতীয় দলৰ হৈ খেলাৰ কথাও নাছিল। কাৰণ ভাৰতত খেলাৰ সময়ত তেওঁৰ প্ৰদৰ্শনক নিৰ্বাচকসকলে গুৰত্বসহকাৰে লোৱা নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সেইবাৰ মুম্বাই দলৰ নিৰ্বাচকসকলৰ ভিতৰত আছিল অজিত আগৰকাৰ, প্ৰকাশ ছালভি। এইবাৰো ভাৰতৰ মুখ্য নিৰ্বাচক হৈছে অজিত আগৰকাৰ।

পাকিস্তান দলক পৰাস্ত কৰাৰ সপোন পূৰণ হ’ল। এইবাৰ আমেৰিকাই ভাৰতৰ বিৰুদ্ধে খেলিব। সেই মেচতো যদি সৌৰভ উজলি উঠে, তেন্তে স্বাভাৱিকতে আগৰকাৰৰ বাবে যে ই এক ডাঙৰ শ্বক হ’ব তাত কোনো সন্দেহ নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd