• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, চলিত বিধান সভাৰ অধ্যক্ষ দনকুপাৰ ৰয় আৰু নাই

Nenow এন ই নাও নিউজ
গুৱাহাটী , July 28, 2019 5:39 pm

2 min read

Meghalaya assembly speaker, former CM Donkupar Roy no more

দনকুপাৰ ৰয়। ফাইল ছবি।

465
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, চলিত বিধান সভাৰ অধ্যক্ষ দনকুপাৰ ৰয় আৰু নাই।

দেওবাৰে আবেলি গুৰুগ্ৰামৰ মেদান্তা মেদিচিতি হস্পিটেলত ৬৫ বছৰীয়া ৰাজনীতিকজনৰ মৃত্যু হৈছে।

আবেলি প্ৰায় ২.৫০ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক আঁকোৱালি লৈছে।

খবৰ মতে, পেটৰ অসুখৰ বাবে যোৱা ১৮ জুলাইত তেওঁক হস্পিটেলখনত ভৰ্তি কৰা হৈছিল।

কনৰাদ চাংমা চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ ইউনাইটেদ দে’মক্ৰেতিক পাৰ্টিৰ মুৰব্বী দনকুপাৰ ৰয় ৰাজ্যখনৰ সৰ্বাধিক কালৰ বিধায়ক আছিল।

১৯৮৮ চনত ইষ্ট খাছি হিলছৰ ছেলা সমষ্টিক নিৰ্দলীয়ৰূপে প্ৰতিনিধিত্ব কৰা দনকুপাৰ ৰয় মেঘালয় বিধান সভালৈ মৃত্যুৰ সময়লৈকে একেৰাহে বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল।

অভিজ্ঞ ৰাজনীতিকজনৰ মৃত্যুত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কনৰাদ চাংমাই গভীৰ শোক প্ৰকাশ কৰিছে।

Deeply saddened by the untimely demise of Speaker of Meghalaya Assembly Dr Donkupar Roy. We have lost a leader, a mentor, who had dedicated his life for the service of the people. May Almighty provide strength to his family in this hour of grief. May his soul RIP ?

— Conrad Sangma (@SangmaConrad) July 28, 2019

২০১৮ চনৰ নিৰ্বাচনৰ পিছত ৰয় মেঘালয় বিধান সভাৰ অধ্যক্ষৰ পদত অধিস্থিত হৈছিল।

মেঘালয় বিধান সভাত বৰ্তমান ইউ দি পিৰ ৬গৰাকী বিধায়ক আছে। তাৰে তিনিগৰাকীয়ে কনৰাদ চাংমা চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।

২০০৮ত ওলোমা বিধান সভা নিৰ্বাচনী ফলাফলৰ পিছত আন কিছু দলৰ সমৰ্থনত মেঘালয় প্ৰগ্ৰেছিভ এলায়েন্স গঠন কৰি দনকুপাৰ ৰয় মুখ্য মন্ত্ৰীৰ আসনত বহিছিল।

২০০৮ চনৰ ১৯ মাৰ্চৰ পৰা পৰৱৰ্তী বছৰৰ ১৮ মাৰ্চলৈকে তেওঁ সম্পূৰ্ণ এবছৰ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ পদত আছিল।

উত্তৰ-পূবত বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত যোৱা ফেব্ৰুৱাৰিত বিধেয়কখনৰ বিৰোধ কৰি দনকুপাৰ ৰয়ৰ দল ইউ দি পিয়ে বিজেপি নেতৃত্বাধীন নেদা (North East Democratic Alliance) ত্যাগ কৰিছিল।

Recent News

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd