• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিআইএছ প্ৰকল্প বাস্তৱায়নৰ বাবে মেঘালয় চৰকাৰৰ দ্বাৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2018 6:35 pm
Memorandum-of-Understanding
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা  (জিআইএছ) প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে যোৱাকালি ১০ ডিচেম্বৰত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত কৰা হৈছে। মেঘালয়ৰ সচিবালয়ত মুখ্য মন্ত্ৰী কনৰাড ছাংমাৰ উপস্থিতত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা হয়।

ভাৰত চৰকাৰৰ হৈ এনইজিডিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সভাপতি এম এছ ৰাও (আইএএছ) আৰু ৰাজ্য চৰকাৰৰ হৈ  ৰাজ্যিক তথ্য প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ বিভাগৰ আয়ুক্ত আৰু সচিব এম আৰ ছিনৰেমৰ (আইএএছ) মাজত বিজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়।

Apply Now

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে নেশ্যনেল ই-গভৰ্নেন্স ডিভিজন আৰু ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে মেঘালয়ৰ  ৰাজ্যিক তথ্য প্ৰযুক্তি  আৰু যোগাযোগ বিভাগৰ সৈতে সহযোগিতাৰে  নেশ্যনেল চেণ্টাৰ ফ’ৰ জিঅ’ ইনফৰমেটিকছক এটা সাংগঠনিক সুবিধা প্ৰদান কৰাৰ বাবে সহযোগিতাৰে কাম কৰিছিল।

এই প্ৰকল্পৰ সহায়ত ভূস্থানিক ক্ষেত্ৰখনৰ সৈতে জড়িত শেহতীয়া আহিলাসমূহ, ছেটেলাইট তথ্য, প্ৰযুক্তি প্ৰয়োগ কৰি জিঅ’-ইনফৰমেটিক্স, জিপিএছ আৰু ছেনছৰসমূহক সামৰ্থ্য একত্ৰিত কৰি পৰৱৰ্তী এপ্লিকেশ্যনসমূহৰ বিকাশ সাধন কৰিব পৰা যাব।

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা প্ৰকল্পই স্থানিক আৰু ভূস্থানিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কৃষি, ভূমি আৰু জল সম্পদ ব্যৱস্থাপনাৰ পৰিকল্পনা আৰু বিকাশ সাধন কৰিব পাৰিব, পতিত ভূমি/ৱাটাৰশ্বেড উন্নয়ন, ফৰেষ্ট্ৰী, দুৰ্যোগ ব্যৱস্থাপনা, আন্তৰ্গাঁথনি, শিক্ষা, পৰ্যটন, জলবিদ্যুৎ প্ৰকল্প, পানী যোগান আঁচনি আদি ৰূপায়নত সহায়ক হ’ব।

ৰাজ্য চৰকাৰৰ বিষয়াসকলক  পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণত জিআইএছ ব্যৱহাৰৰ বাবে এটা এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগে। বিভাগটোক সহযোগ কৰিছে এনইজিডি আৰু গুজৰাটৰ ভাস্কৰাচাৰ্য ইন্সটিটিউট অব স্পেচ এপ্লিকেশ্যনছ এণ্ড জিঅ’ ইনফৰমেটিকছে (Bhaskaracharya Institute for Space Applications and Geo-informatics  চমুকৈ BISAG)। উক্ত কৰ্মশালাখনত তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগৰ যথাৰ্থ তথ্যৰ ভিত্তিত জিআইএছৰ প্ৰয়োগৰ ওপৰত যুগুতোৱা এটা প্ৰদৰ্শনো কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd