• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰ : অসমৰ মাটিত মেঘালয়ৰ স্কুল, অসমৰ গাঁৱত মেঘালয়ৰ ফলক

মেঘালয়ত চামিল হ'বলৈ আগবাঢ়িছে সীমান্তৱৰ্তী বিস্তীৰ্ণ এলেকা

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 22, 2018 9:09 am
Meghalaya is trying to annex a vast expanse of land of Assam
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ খাৰদাং-বেলপাৰা,মংৰে,বাবুকোনাত মেঘালয়ৰ আগ্ৰাসন চলিছে৷ ৰাজ্য চৰকাৰৰ সীমান্তৱৰ্ত্তী অঞ্চল সমূহৰ প্ৰতি থকা অমনোযোগিতাৰ  বাবে এতিয়া ইয়াৰ কুফল ভোগ কৰিবল’গীয়া হৈছে সীমান্তত বসবাস কৰা লোকসকলে৷

দীৰ্ঘ দিনধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত কোনো ধৰণৰ উন্নয়ন নোহোৱাৰ বাৱে অঞ্চলসমূহক বাট-পথ, খোৱাপানী, বিদ্যুৎ আদিকে ধৰি বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰি ৰাখিছে৷ ৰাজ্য চৰকাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নমূলক কাম-কাজ নকৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি মেঘালয় চৰকাৰে অসমৰ একএলেকাৰ বৃহৎ ভূমি দখলৰ পৰিকল্পনা কৰিছে৷

Apply Now

অসমৰ মাটিত বসবাস কৰা অসমীয়া লোকসকলক বিভিন্ন আঁচনিৰ প্ৰলোভন দেখুৱাই মেঘালয়ে  অসমৰ এক বৃহৎ এলেকাৰ ভূমি দখল কৰাৰ বাবে অগ্ৰসৰ হৈছে৷ সীমান্তৱৰ্তী অঞ্চলত স্কুল স্থাপন কৰাৰ উপৰিও অসমৰ মংৰে নামৰ গাওঁখনক নিজৰ বুলি দাবী কৰি আঁৰি দিছে বৃহৎ ফলক৷ শেহতীয়াকৈ মেঘালয় চৰকাৰে অসমৰ কেইবাখনো গাঁওত বিদ্যুত যোগানো দি আহিছে৷

স্থানীয় ৰাইজে মেঘালয়ৰ এই  আগ্ৰাসনৰ সন্দৰ্ভত চৰকাৰ-প্ৰশাসনক বহু অভিযোগ দিছে যদিও আজিলৈ কোনো এখন চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷

আনহাতে বিভিন্ন সমাস্যাৰে ভাৰাক্ৰান্ত একাংশ সীমান্তৱৰ্তী ৰাইজে মেঘালয়ৰ প্ৰলোভনত পৰি অসম এৰি নিজকে মেঘালয়ত চামিল কৰাৰো আগ্ৰহ প্ৰকাশ কৰিছে৷ কিয়নো বছৰৰ পিছত বছৰ ধৰি কোনো উন্নয়নৰ মুখ নেদেখা এই অঞ্চলৰ লোকে হাহাকাৰৰ মাজৰে দিন অতিবাহিত কৰিবল’গীয়া হৈছিল৷

ইতিমধ্যে শেহতীয়াকৈ ৫/৬ খন গাঁৱত মেঘালয় চৰকাৰে বিদ্যুৎ, খোৱা পানী যোগান ধৰাৰ লগতে আন আন সুবিধাসমূহ প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে৷

সময় থাকোতে  ৰাজ্য চৰকাৰখনে এই বিষয়ে চিন্তা নকৰিলে এদিন অসমৰ এক বৃহৎ এলেকাৰ ভুখণ্ড মেঘালয়ত যে চামিল হ’ব এয়া নিশ্চিত৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd