• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে মেঘালয়ত পুনৰ ধৰ্মীয় স্থান বন্ধ ৰখাৰ সিদ্ধান্ত

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , June 10, 2020 9:43 am

1 min read

ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে মেঘালয়ত পুনৰ ধৰ্মীয় স্থান বন্ধ ৰখাৰ সিদ্ধান্ত

বৈঠকত মেঘালয়ৰ মন্ত্ৰী সকল

701
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ অনুমতি দিয়াৰ পাছত মেঘালয় চৰকাৰে বৰ্দ্ধিত ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ধৰ্মীয় স্থান সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত বাহাল ৰাখে।

মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেছটোন টাইছহে মঙলবাৰে এই কথা সদৰি কৰে।

‘‘ৰাজ্যত ক’ৰ’নাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ পূৰ্বৰ সিদ্ধান্ত বাতিল কৰে,’’ উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে পুনৰ কয়।

ইয়াৰপূৰ্বে মেঘালয় চৰকাৰে ১৪ জুনৰ পৰা ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ বিৰতিৰ পাছত কেন্দ্ৰ চৰকাৰে আনল’ক-১ত ধৰ্মীয় স্থানসমূহ খোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

কেন্দ্ৰ চৰকাৰে সীমিত সংখ্যক উপস্থিতিৰে সামজিক দূৰত্ব মানি চলি ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ বাবে নিৰ্দেশ দিছিল।

কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনাৰ পাছত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথক ভগৱানৰ আশীৰ্বাদ বিচাৰি মন্দিৰত দেখা গৈছিল।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd