• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেহুল চোকছিৰ প্ৰত্যাৰ্পণৰ পথ মুকলি: এণ্টৱাৰ্প আপিল আদালতে বাহাল ৰাখিলে  জিলা আদালতৰ ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2025 3:25 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বছৰত বেলজিয়ামৰ এণ্টৱাৰ্প জিলা আদালতৰ প্ৰি-ট্ৰায়েল চেম্বাৰে মেহুল চোকছি প্ৰত্যাৰ্পণ অনুমোদন কৰিছিল। শেহতীয়াকৈ এণ্টৱাৰ্পৰ চাৰিজনীয়া আপিল আদালতে জিলা আদালতৰ সেই ৰায়ক বহাল ৰাখিছে। ইয়াৰ পিছতে ১৩,৫০০ কোটি টকাৰ ঋণ জালিয়াতিৰ অভিযোগত পলাতক মেহুল চোকছিৰ প্ৰত্যাৰ্পণৰ পথ এতিয়া ক্ৰমাৎ মসৃণ হৈ পৰিছে। এণ্টৱাৰ্পৰ চাৰিজনীয়া আপিল আদালতে জিলা আদালতৰ প্ৰত্যাৰ্পণৰ ৰায় বাহাল ৰাখি চোকছিক ভাৰতলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াক গতি এক গতি লাভ কৰিছে।

এই ৰায়ৰ পিছত নতুন দিল্লীয়ে চোকছিক ভাৰতলৈ ঘূৰাই আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে ২০১৮ আৰু ২০২৩ চনত মুম্বাইৰ বিশেষ আদালতে চোকছিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱান জাৰি কৰিছিল। এই নিৰ্দেশৰ ভিত্তিত ভাৰত চৰকাৰে বেলজিয়ামৰ ওচৰত চোকছিৰ প্ৰত্যাৰ্পণৰ আবেদন দাখিল কৰিছিল।

Apply Now

চোকছিয়ে জিলা আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই আপিল আদালতৰ কাষ চাপিছিল। তেওঁৰ আবেদনত জিলা আদালতৰ ৰায়ক ষড়যন্ত্ৰমূলক আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ দাবী কৰিছিল যে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিলে তেওঁৰ গোচৰৰ ন্যায্য বিচাৰ নহ’ব। কিন্তু আপিল আদালতে তেওঁৰ যুক্তি অগ্ৰাহ্য কৰি জিলা আদালতৰ ৰায় বাহাল ৰাখে।

আইনজ্ঞসকলৰ মতে, আপিল আদালতৰ ৰায়ৰ পিছতো চোকছিৰ হাতত এতিয়াও বেলজিয়ামৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সুযোগ আছে। অহা ১৫ দিনৰ ভিতৰত তেওঁ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰে। কিন্তু এয়াই হ’ব তেওঁৰ প্ৰত্যাৰ্পণ ৰোধৰ শেষ সম্ভাৱনা।

১৩,৫০০ কোটি টকাৰ পাঞ্জাব নেচনেল বেংক জালিয়াতিৰ গোচৰত অভিযুক্ত মেহুল চোকছি ২০১৮ চনৰ পৰা পলাতক হৈ আছে। তেওঁৰ বিৰুদ্ধে ভাৰতত একাধিক আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। বেলজিয়ামৰ আদালতৰ শেহতীয়া ৰায়ে ভাৰতৰ তদন্তকাৰী সংস্থাসমূহৰ বাবে এই গোচৰত ন্যায় প্ৰতিষ্ঠাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

চোকছিৰ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া এতিয়া চূড়ান্ত পৰ্যায়ৰ দিশে আগবাঢ়িছে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই এই গোচৰৰ চূড়ান্ত পৰিণতি নিৰ্ধাৰণ কৰিব। কিন্তু বৰ্তমানৰ পৰিস্থিতিত ভাৰত চৰকাৰৰ প্ৰচেষ্টা সফল হোৱাৰ সম্ভাৱনা অধিক শক্তিশালী হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd