• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ পৰা উৰা মাৰি ডমিনিকাত উপস্থিত বিমান, ভাৰতলৈ অনা হ’ব পাৰে প্ৰৱঞ্চক মেহুল চকছিক

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 4:36 pm
nn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ নেশ্যনেল বেংক জালিয়াতি কাণ্ডৰ পলাতক প্ৰৱঞ্চক মেহুল চকছিক ভাৰতলৈ ওভতাই অনাৰ বাবে দিল্লীৰ পৰা উৰা মৰা চাৰ্টাৰ্ড বিমান খনে ডমিনিকাৰ ডগলাছ চাৰ্লছ বমান বন্দৰত অৱতৰণ কৰিছে।

কাটাৰৰ ডোহাৰ পৰা অহা Bombardier Global 5000 (A7-CEE) বিমান খনে ২৭ মে’ৰ বিয়লি ৩.২৭ বজাত দিল্লীত অৱতৰণ কৰিছিল।

Apply Now

এদিন দিল্লীতে থকাৰ পিছত বিমান খনে ডমিনিকালৈ উৰা মাৰিছিল। ধাৰণা কৰা অনুসৰি এই বিমান খনতে বেংক জালিয়াতিৰ মূল অভিযুক্ত মেহুল চকছিক ভাৰতলৈ ওভতাই অনা হ’ব।

উল্লেখ্য পাঞ্জাৱ নেশ্যনাল বেংকৰ পৰা প্ৰায় ১৩,৫০০ কোটি টকাৰ ঋণ লৈ সেই ঋণ পৰিশোধ নকৰাকৈয়ে চকছিয়ে এণ্টিগুৱালৈ পলায়ন কৰিছিল।

চকছিয়ে এণ্টিগুৱাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল।ভাৰতে বহু চেষ্টা কৰিও প্ৰৱঞ্চক চকছিক দেশলৈ ওভতাই আনিব পৰা নাছিল। কাৰণ এণ্টিগুৱৰ নিয়ম অনুসৰি দেশ খনে নাগৰিকত্ব গ্ৰহণ কৰা কোনো লোককে আন দেশৰ হাতত গটাই দিব নোৱাৰে।

কিন্তু কিছুদিন পূৰ্বে মেহুল চকছিয়ে এণ্টিগুৱাৰ পৰা ১৮৮ কিলোমিটাৰ দূৰৈত অৱস্থিত ডমিনিকালৈ যোৱা বুলি নিশ্চিত হোৱাৰ পিছতে ভাৰতে চকছিক দেশলৈ ওভতাই অনাৰ বাবে তৎপৰ হৈ পৰে।

ইতিমধ্যে ভাৰতে জনোৱা আবেদনৰ প্ৰতি ডমিনিকাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনে সঁহাৰি জনাইছে। সেইমৰ্মে চকছিক ভাৰতলৈ অনাৰ যো-জা চলিছে। ইপিনে চকছিৰ অধিবক্তাই অভিযোগ কৰা অনুসৰি কিছুদিন পূৰ্বে চকছিক অপহৰণ কৰি ডমিনিকালৈ নিয়া হৈছে আৰু তাত তেওঁক বেয়াকৈ মাৰ-ধৰ কৰা হৈছে।

উল্লেখ্য বিগতবৰ্ষৰ মাজ ভাগত দেশৰ এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰে মেহুল চকছি আৰু তেওঁৰ আত্মীয় আন এজন প্ৰৱঞ্চক নীৰৱ মোদীৰ জিম্মাত থকা হীৰা-মুকুতা সোণৰ গহনা জব্দ কৰিছিল।

এই গহণাসমূহৰ ওজন প্ৰায় ২,৩০০ কিলোগ্ৰাম আৰু ইয়াৰ আনুমানিক মূল্য প্ৰায় ১,৩০০ কোটি হ’ব বুলি ।

ইডিৰ সূত্ৰৰ মতে এই বিপুল পৰিমাণৰ গহনা তথা অলংকাৰখিনি হংকঙৰ পৰা মুম্বাইলৈ অনা হৈছিল।
১০ট টা কাৰ্টুনত ভৰাই অনা এই অংলকাৰখিনিৰ মাজৰ ৩২ টা নীৰৱ মোদীৰ আৰু ৭৬ টা কাৰ্টুন নীৰৱৰ মোমায়েক মেহুল চকছিৰ বুলি জনাইছিল ইডি-এ।

উল্লেখ্য যে, ২০১৮ চনত ১৩,৫০০ কোটি টকাৰ পাঞ্চাৱ নেশ্যনেল বেংকৰ ঋণ জালিয়াতিৰ কথা ধৰা পৰাৰ পূৰ্বেই নীৰৱ মোদী আৰু মেহুল চকছিয়ে দেশ এৰি পলায়ন কৰিছিল।

দেশ এৰি পলায়ন কৰাৰ পূৰ্বে এই বৃহৎ পৰিমাণৰ অলংকাৰখিনি এখন জাহাজেৰে হংকংঙলৈ প্ৰেৰণ কৰিছিল দুই প্ৰৱঞ্চকে।

হংকঙৰ পৰা অলংকৰাখিনি ডুবাইলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও ইডি-এ অলংকাৰখিনি দেশলৈ উভতাই আনিবলৈ আইনী প্ৰক্ৰিয়াৰে তৎপৰ হৈছিল।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd