• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত উত্তৰ-পূৰ্বাঞ্চলত মহাকাশ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষাৰ উন্নতিৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2025 5:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ উত্তৰ-পূব মহাকাশ প্ৰয়োগিক কেন্দ্ৰ (নেছাক) আৰু নগাঁৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ ২৮ জানুৱাৰীত এক ঐতিহাসিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । নেছাকৰ সঞ্চালক ড০ এছ. পি. আগৰৱাল আৰু বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ শৰৎ হাজৰিকাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, আৰ এচ এ জিৰ গ্ৰুপ হেড ড০ কে কে শৰ্মা, পি পি ই জিৰ হেড ড০ বিকে সন্দিকৈ, বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক ড০ বিচিত্ৰ বিকাশ, পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী ড০ কমল কুমাৰ তাঁতী আৰু নেছাকৰ সকলো বিভাগৰ মুৰব্বী জ্যেষ্ঠ বিজ্ঞানীসকলৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে।

বুজাবুজিৰ চুক্তিৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই দুয়োটা অনুষ্ঠানৰ যুটীয়া  শিক্ষা আৰু গৱেষণাৰ বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে দুয়োটা প্ৰতিষ্ঠানৰে শিক্ষাবিদ-বিজ্ঞানী আৰু গৱেষকসকলক উপকৃত কৰিব । তেওঁ উল্লেখ কৰে যে নেচাকৰ খ্যাতি সম্পন্ন বিজ্ঞানীসকলক বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক হিচাপে সন্মানিত কৰা হ’ব। নেছাকৰ সঞ্চালক ড০ এছ.পি. আগৰৱালাই তেওঁৰ ভাষণত নেছাকৰদ্বাৰা প্ৰতিষ্ঠাপিত কৰিবলৈ লোৱা অঞ্চলটোৰ সৰ্ববৃহৎ ড্ৰোন সুবিধা আৰু ড্ৰোন পাইলট প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে উল্লেখ কৰে, যিয়ে উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব। তেওঁ লগতে কয় যে যৌথ ক্ষমতা নিৰ্মাণ পাঠ্যক্ৰমে অঞ্চলটোৰ শিক্ষাৰ্থী আৰু গৱেষকসকলক উপকৃত কৰিব।

Apply Now

এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয়খনত দুটা নতুন যুটীয়া বিদ্যায়তনিক পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে – পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ আৰু ৰিম’ট ছেনছিং আৰু জিআইএছত স্নাতকোত্তৰ ডিপ্লমা। এই পাঠ্যক্ৰমসমূহত নেছাকৰ বিজ্ঞানীসকল আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে যুটীয়াভাৱে পাঠদান কৰিব। এই কাৰ্যসূচীসমূহে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বৰ্ধিত ক্ষেত্ৰখনত অৰিহণা যোগাবলৈ শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান প্ৰদান কৰিব।

বুজাবুজিৰ চুক্তিৰ অংশ হিচাপে, বিশ্ববিদ্যালয়ে নেছাকক এক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে স্বীকৃতি দিব, যাৰ ফলত দুয়োটা প্ৰতিষ্ঠানৰ মাজৰ সহযোগিতা অধিক শক্তিশালী হ’ব। এই চুক্তিয়ে নেছাক আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু গৱেষকসকলৰ দক্ষতা ব্যৱহাৰ কৰি যুটীয়া গৱেষণা প্ৰকল্পৰ পথো মুকলি কৰিব।

এই সহযোগিতাৰ ফলস্বৰূপে নগাঁৱস্থিত বিশ্ববিদ্যালয়খনত কেইবাটাও অত্যাধুনিক মহাকাশ আৰু বায়ুমণ্ডলৰ গৱেষণাৰ সঁজুলি স্থাপন কৰা হ’ব। ইতিমধ্যে এটা বজ্ৰ নিৰূপক যন্ত্ৰ স্থাপন কৰা হৈছে, যিটোৱে বিশ্ববিদ্যালয়খনৰ বায়ুমণ্ডলীয় অধ্যয়নৰ সামৰ্থ্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । এনে অধিক উন্নত সঁজুলি স্থাপন কৰিলে শিক্ষাৰ্থী আৰু গৱেষকসকলে অত্যাধুনিক প্ৰযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত উচ্চমানৰ গৱেষণা আৰু শিক্ষা সম্ভৱপৰ হ’ব।এই অংশীদাৰীত্বই উত্তৰ-পূৰ্বাঞ্চলত মহাকাশ বিজ্ঞান শিক্ষা আৰু গৱেষণাক যথেষ্টভাৱে আগুৱাই নিব বুলি আশা কৰা হৈছে, যাৰ দ্বাৰা শিক্ষাৰ্থীসকলে মূল্যবান সুযোগ লাভ কৰিব আৰু এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনত দক্ষতা বৃদ্ধি কৰাত সহায়ক হ’ব ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd