• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

অত্যধিক কৰ্মচাপ, পাৰস্পৰিক ভুল বুজাবুজি আৰু একঘেয়ামি জীৱনৰ ফলত সৃষ্টি হোৱা মানসিক ক্লান্তি দূৰ কৰিবলৈ কেইটামান ফলপ্ৰসূ কৌশল অৱলম্বন কৰিব পাৰি বুলি বিশেষজ্ঞৰ প্ৰতিবেদনত প্ৰকাশ পাইছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2026 7:44 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈনন্দিন ব্যস্ততা, কমৰ চাপ, বিভিন্ন অনাবশ্যক সমস্যা তথা পাৰস্পৰিক ভুল বুজাবুজিৰ বাবে মানুহৰ শৰীৰ আৰু মন ক্লান্ত হৈ পৰাটো সাম্প্ৰতিক সময়ত এক সাধাৰণ বিষয় হৈ পৰিছে। একেৰাহে একঘেয়ামি জীৱন কটোৱাৰ ফলত মানুহৰ মানসিক স্তৰত ক্লান্তি বাসা বান্ধে আৰু দৈনন্দিন কাম-কাজত উৎসাহ হ্ৰাস পায়। এই মানসিক অৱস্থাৰ পৰা মুক্তি লাভ কৰাৰ বাবে কেইটামান সহজ কৌশল অৱলম্বন কৰি নিজকে মানসিকভাৱে সতেজ কৰি তুলিব পাৰি বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

 

Apply Now

মানসিক ক্লান্তি দূৰ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে প্ৰয়োজনীয় ক্ষেত্ৰত সকলো কাম আৰু দায়িত্বৰ পৰা কিছু সময়ৰ বাবে বিৰতি লোৱাটো অত্যন্ত বাঞ্ছনীয়। কথা কোৱা, কোনো প্ৰস্তাৱ দিয়া বা কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত যদি মানসিক ক্লান্তি অনুভৱ হয়, তেন্তে তৎক্ষণাৎ ৰৈ গৈ শান্ত মনে দিনটোৰ কৰ্মসূচী পুনৰ নিৰ্ধাৰণ কৰা উচিত। কোনটো কাম কৰা প্ৰয়োজনীয় আৰু কোনটো বাদ দিয়া উচিত, সেই বিষয়ে শান্ত মনেৰে চিন্তা কৰা দৰকাৰ। ইয়াৰ সমান্তৰালভাৱে, ব্যস্ততাপূৰ্ণ দৈনিক ৰুটিন সলনি কৰি দিনটোৰ পৰা কিছু সময় কেৱল নিজৰ বাবে উলিয়াই লোৱা উচিত। এই সময়খিনিত কোনো কাম নকৰাকৈ জিৰণি ল’ব পাৰি অথবা পুৰণি ভাল লগা কামসমূহ পুনৰ চৰ্চা কৰিব পাৰি।

 

ব্যক্তিগত সম্পৰ্ক আৰু সামাজিক পৰিৱেশেও মানুহৰ মানসিক অৱস্থাত প্ৰভাৱ পেলায়। কিছুমান মানুহৰ উপস্থিতি বা আচৰণে মন প্ৰফুল্ল কৰি তুলিলেও আন একাংশৰ কথাত ক্লান্তি বৃদ্ধি পায়। তেনে ক্ষেত্ৰত কোনো ধৰণৰ অশান্তি বা দুৰ্ব্যৱহাৰ নকৰাকৈ সেই ব্যক্তিসকলৰ পৰা এটা সন্মানজনক দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয়। ইয়াৰ লগতে, চৌপাশৰ পৰিৱেশত ঘটা প্ৰতিটো কথাৰ প্ৰতিক্ৰিয়া দিয়া বা প্ৰতিটো তৰ্ক-বিতৰ্ক অথবা অশান্তিত লিপ্ত হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই, কিয়নো বিবাদ আৰু অশান্তিয়েই হৈছে মানসিক ক্লান্তিৰ অন্যতম প্ৰধান কাৰণ।

 

পৰিশেষত, মানসিক সুখ আৰু আনন্দৰ বাবে কেৱল আনৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজৰ ভালপোৱা কামবোৰৰ জৰিয়তে নিজৰ আনন্দ নিজেই বিচাৰি লোৱাটো গুৰুত্বপূৰ্ণ। বিশেষ কোনো পদ ৰন্ধা, নিজৰ যতন ল’বলৈ কিছু সময় কটোৱা, পছন্দৰ চিনেমা চোৱা বা প্ৰিয় বন্ধুৰ সৈতে কথা পতাৰ দৰে সৰুসুৰা কাৰ্যৰ জৰিয়তেও মন প্ৰফুল্লিত ৰাখি মানসিক ক্লান্তি দূৰ কৰিব পাৰি বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd