• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰত বহি থাকিলে নহ’ব, চাকৰি বিচাৰিবও লাগিব! ৫০২টা পদত নিয়োগৰ বিজ্ঞাপন ওলাইছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 9:04 am
Jobs-750x375

প্ৰতিনিধিত্বমূলক ছবি।

578
VIEWS
Share on FacebookShare on Twitter

মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছ (এম ই এছ)য়ে ৫০২টা পদত নিয়োগৰ বাবে উপযুক্ত অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

এমপ্লয়মেন্ট নিউজ পেপাৰত (যোৱা ২৭ ফেব্ৰুৱাৰিৰ পৰা ৫ মাৰ্চ সংখ্যা) ইয়াৰ সংক্ষিপ্ত বিজ্ঞাপন প্ৰকাশ পাইছে।

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অধীনত দিয়া হ’ব এই নিযুক্তি। চলিত মাহত প্ৰথম সপ্তাহতে মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছৰ অফিচিয়েল ৱেবছাইট mes.gov.inত বিতং আবেদনৰ সৱিশেষ প্ৰকাশ কৰা হৈছে।

বিজ্ঞাপন অনুসৰি মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছৰ ড্ৰাফটছমেন পদৰ সংখ্যা ৫২টা আৰু ছুপাৰভাইজাৰ পদৰ সংখ্যা ৪৫০টা।

ড্ৰাফটছমেন পদৰ বাবে যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানৰ পৰা আৰ্কিট্ৰেকশ্যাৰেল এছিষ্টেন্টশ্বিপত তিনি বছৰীয়া ডিপ্ল’মা ধাৰী হ’ব লাগিব।

আনহাতে, ছুপাৰভাইজাৰ (বেৰেক এণ্ড ষ্ট’ৰ) পদৰ বাবে প্ৰাৰ্থী কলা বা বিজ্ঞানৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

বয়সৰ ন্যুনতম সীমা ১৮বছৰ আৰু উৰ্ধ সীমা ২৭ বছৰ যদিও চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে ৰেহাই পাব।

মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছৰ ড্ৰাফটছমেন আৰু ছুপাৰভাইজাৰ পদত মাহিলী দৰমহা ৯,৩০০টকাৰ পৰা ৩৪,৮০০টকা।

কেনেকৈ কৰিব আবেদন:-

ক)  মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছৰ অফিচিয়েল ৱেবছাইট mes.gov.inত যাব।

খ) বিজ্ঞাপনটো ভালদৰে পঢ়ি চাব আৰু তাৰপাছত নিৰ্দিষ্ট পেজলৈ গৈ তাত ৰেজিষ্টেশ্যন কৰি লগ-ইন কৰিব।

গ) উপযুক্ত নথি পত্ৰৰে সৈতে আবেদন পত্ৰ দাখিল কৰিব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলক মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছৰ অফিচিয়েল ৱেবছাইট mes.gov.inত গৈ সৱিশেষ চোৱাৰ পৰামৰ্শ দিয়া হৈছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd