• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোকসভা নিৰ্বাচনত তীক্ষ্ণ নজৰ ৰাখিব মেটাই; ৪০ হাজাৰ কৰ্মী নিয়োগ কৰিছে জুকাৰবাৰ্গে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2024 9:54 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ফেচবুকৰ মূল কোম্পানী মেটাই নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। নিৰ্বাচনৰ সময়ত ভুল তথ্য হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে সংস্থাটোৱে।

টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ভাবুকি চিনাক্ত আৰু লাঘৱ কৰিবলৈ মেটাই ইণ্ডিয়া স্পেচিফিক ইলেকশ্যন অপাৰেছন চেন্টাৰক সক্ৰিয় কৰিব। মেটাই কয় যে তেওঁলোকৰ ৪০ হাজাৰ লোকে সমগ্ৰ বিশ্বতে নিৰাপত্তাৰ বাবে কাম কৰি আছে।

ভুল তথ্যৰ প্ৰসাৰ বন্ধ, নিৰ্বাচনী হস্তক্ষেপ অপসাৰণ আৰু স্বচ্ছতা বৃদ্ধিৰ বাবে চেষ্টা কৰিব বুলিও মেটাই কয়। ইয়াৰ দ্বাৰা মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত সহায়ক হ’ব।

Apply Now

লগতে পঢ়কঃ আগুৱালে ২০২৪-ৰ NET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

কোম্পানীটোৱে কয় যে আমাৰ বিশ্বজুৰি প্ৰায় ৪০,০০০ লোকে নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কাম কৰি আছে, আৰু ২০১৬ চনৰ পৰা আমি এই ক্ষেত্ৰত দল আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ২০ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ কৰিছো। ইয়াৰ ১৫,০০০ কন্টেন্ট পৰ্যালোচক আছে যিয়ে ২০টা ভাৰতীয় ভাষাকে ধৰি ৭০টাতকৈও অধিক ভাষাত সমগ্ৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু থ্ৰেডত কন্টেন্ট পৰ্যালোচনা কৰি আছে।

ইয়াৰ বাবে তেওঁলোকে ইণ্ডিয়া স্পেচিফিক ইলেকচন অপাৰেচন চেণ্টাৰ সক্ৰিয় কৰিব। ভাৰতৰ নিৰ্বাচনৰ বাবে এটা বিশেষ নিয়ন্ত্ৰণ কক্ষৰ সৃষ্টি কৰিব বুলি কৈছে মেটাই। এই নিয়ন্ত্ৰণ কক্ষত কোম্পানীটোৰ বহু জ্ঞানী ব্যক্তি যেনে চোৰাংচোৱাগিৰি বুজি পোৱা, ডাটা ছায়েন্টিষ্ট, অভিযন্তা, গৱেষক, পৰিচালক আৰু আইন আৰু বিষয়বস্তুৰ লগত জড়িত লোকসকলে একত্ৰিত হৈ নিৰ্বাচনৰ সময়ত উদ্ভৱ হোৱা সমস্যাসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰিব। আৰু সেইবোৰ প্ৰতিৰোধ কৰাৰ উপায় বিচাৰি উলিয়াব।

মেটাই লগতে উল্লেখ কৰে যে ২০১৯ চনৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ সৈতে ই স্বেচ্ছাসেৱী আচৰণ বিধিৰ অধীনত ঘনিষ্ঠভাৱে কাম কৰি আহিছে। এই সংহিতাৰ অধীনত নিৰ্বাচন আয়োগৰ যিকোনো ভুল তথ্য পোনপটীয়াকৈ মেটাক জনোৱাৰ অধিকাৰ আছে।

লগতে পঢ়কঃ ধুবুৰীত গ্ৰেপ্তাৰ আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী; আছিল দেশৰ বিভিন্ন অঞ্চলত কূটাঘাতৰ পৰিকল্পনা

মেটাই দৰাচলতে কোনবোৰ বিষয়বস্তু আঁতৰাই পেলাব? মেটাই কয় যে ফেচবুক, ইনষ্টাগ্ৰাম আৰু থ্ৰেডছৰ পৰা “আটাইতকৈ ভুল আৰু বিভ্ৰান্তিকৰ” তথ্য আঁতৰাই পেলাব। এইবোৰ কথাই মানুহক ভোটদানৰ পৰা বা হিংসা বা ক্ষতিকাৰক বাতৰি চোৱাৰ পৰা আঁতৰাই ৰাখিব পাৰে। ইয়াৰ ভিতৰত এটা ধৰ্মৰ ব্যক্তিয়ে আন ধৰ্মৰ লোকক হাৰাশাস্তি বা আঘাত দিছে বুলি মিছা কথা প্ৰচাৰ কৰা লোককো অন্তৰ্ভুক্ত কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd