DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এলন মাস্কৰ পথেৰেই খোজ দিছে মাৰ্ক জুকাৰবাৰ্গে; মেটাৰ ‘ব্লু বেজ’ সেৱাৰ বিনিময়ত ভৰিব লাগিব টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2023 10:52 am
112
VIEWS
Share on FacebookShare on Twitter

Meta to launch paid subscription service ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গেও এইবাৰ বিশ্বৰ অন্যতম ধনী ব্যক্তি এলন মাস্কৰ পথেৰেই খোজ দিছে। ২০২২ৰ নৱেম্বৰত এলন মাস্কে ঘোষণা কৰিছিল যে  ধনৰ বিনিময়তহে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ ‘ব্লু বেজ’ সেৱা লাভ কৰিব। মাৰ্ক জুকাৰবাৰ্গেও সেই একেটা ঘোষণাই কৰিছে।

জুকাৰবাৰ্গৰ ঘোষণা অনুসৰি, ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে এতিয়া ধনৰ বিনিময়ত তেওঁলোকৰ একাউণ্ট ভেৰিফাইড কৰিব পাৰিব অৰ্থাৎ ব্লু বেজ পাব। ফেচবুকৰ মূল কোম্পানী মেটাই এই ঘোষণা কৰিছে।

এই ব্লু বেজৰ বাবে প্ৰতি মাহে ১১.৯৯ ডলাৰ বা প্ৰায় ৯৮১ টকা ব্যয় কৰিব লাগিব। আনহাতে, আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে ১৪.৯৯ ডলাৰ বা প্ৰায় ১২২৭টকাৰ প্ৰয়োজন হ’ব। আৰম্ভণিতে, এই সেৱা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত আৰম্ভ কৰা হ’ব।

মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে কয় যে এই পদক্ষেপে ছ’চিয়েল মিডিয়া এপৰ নিৰাপত্তা আৰু সত্যতা বৃদ্ধি কৰিব।

মেটাই আগবঢ়োৱা চাবস্ক্ৰিপশ্বন সেৱা এতিয়াও ব্যৱসায়ৰ বাবে নহয় যদিও  যিকোনো লোকে পৰিশোধ কৰি ইয়াৰ সুবিধা ল’ব পাৰে।

কোম্পানীটোৱে লগতে কৈছে যে এই পদক্ষেপে পূৰ্বৱৰ্তী ভেৰিফাইড একাউণ্টসমূহক প্ৰভাৱিত নকৰে। অৱশ্যে, ইয়াৰ ফলত ব্লু বেজ অধিক স্বচ্ছ হ’ব পাৰে।

Recent News

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল :  ৰাকেশ পালে পালে জামিন

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল : ৰাকেশ পালে পালে জামিন

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd