• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধূলিময় পৰিৱেশৰ কৱলত মহানগৰী: আপোনাৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ জানক এই জৰুৰী কথাখিনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 7:45 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত জলবায়ুৰ পৰিবৰ্তনৰ লগতে চৌদিশে এক শুকান তথা ধূলিময় পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ চুকে-কোণে চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্যৰ বাবে বতাহত ধূলিৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই ধূলিময় পৰিৱেশৰ বাবে এতিয়া জনসাধাৰণৰ মাজত বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগে গা কৰি উঠিছে। গৰম আৰু ধূলিৰ কৱলৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া যেন সকলোৱে কেৱল এজাক মুষলধাৰ বৰষুণৰ বাবে অপেক্ষা কৰিছে।

ধূলিয়ে আমাৰ স্বাস্থ্যৰ ওপৰত অতি ভয়াবহ প্ৰভাৱ পেলাব পাৰে। ই কেৱল শ্বাস-প্ৰশ্বাসৰে নহয়, আমাৰ চুলি আৰু ছালৰো যথেষ্ট ক্ষতি কৰে। ধূলিৰ বাবে চুলিত উফিৰ সমস্যা হোৱাৰ লগতে অত্যাধিক চুলি সৰা দেখা যায়। একেদৰে ধূলিয়ে আমাৰ চকুত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। চকুত ধূলি সোমালে কনজাংকটিভাইটিছ বা আই ফ্লু হোৱাৰ সম্ভাৱনা থাকে। বহু সময়ত চকুত ধূলি সোমালে আমি চকুটো জোৰকৈ মোহাৰি দিওঁ, যাৰ ফলত কৰ্নিয়াৰ আলচাৰ হোৱাৰ দৰে গুৰুতৰ আশংকাও থাকে। ইয়াৰ উপৰিও ধূলিৰ ফলত ডিঙিত এলাৰ্জিক লেৰিংজাইটিছ আৰু ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে।

Apply Now

উশাহত ধূলি আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিলে ই পোনপটীয়াকৈ হাওঁফাওঁৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ ফলত কাঁহ, এজমা বা হাপানি আদিৰ দৰে সমস্যাই দেখা দিয়ে। যিসকল লোকৰ আগৰে পৰা এজমা বা হাওঁফাওঁৰ সমস্যা আছে, তেওঁলোকে এই সময়ছোৱাত বিশেষভাৱে সাৱধান হোৱাটো জৰুৰী। বিশেষ কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলোৱাই ভাল। যদি কিবা জৰুৰী কামত বাহিৰলৈ যাবলগীয়া হয়, তেন্তে মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজনীয়। বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকলে এই ক্ষেত্ৰত অধিক সজাগ হোৱা উচিত।

শুকান বতৰৰ বাবে আমাৰ ছালখনো এই সময়ত নিস্তেজ আৰু খহটা হৈ পৰে। সেয়ে ছালৰ সুৰক্ষাৰ বাবে নিয়মিতভাৱে মইশ্চৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। বাহিৰৰ পৰা ঘৰলৈ অহাৰ লগে লগে হাত-ভৰি আৰু মুখ ভালদৰে পৰিষ্কাৰ পানীৰে ধুব লাগে। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এই সময়ত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ লগতে বতৰৰ সতেজ শাক-পাচলি আৰু ফল-মূল খোৱাৰ অভ্যাস কৰিব লাগে। এই সৰু সৰু সাৱধানতাসমূহ অৱলম্বন কৰিলে আমি ধূলিময় পৰিৱেশৰ মাজতো নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ সক্ষম হম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm
মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd