• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তাহানিতে স্বামীৰ সৈতে উঠা ছবিত নাপালে নিজকে চিনি! তাৰপিছত কি কৰিলে এইগৰাকী সন্দেহবাদী মহিলাই?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 4:31 pm

2 min read

depressed-sad-young-female-holdin
290
VIEWS
Share on FacebookShare on Twitter

যৌৱনৰ আৰম্ভনিতে লিওনোৰা নামৰ যুৱতীগৰাকী প্ৰেমত পৰিছিল তেওঁৰ বৰ্তমানৰ স্বামী জুৱানৰ  সৈতে।

এদিন তেওঁলোকৰ বিয়াও হৈছিল।

কিন্তু বিয়াৰ পিছত দিন বাগৰি যোৱাৰ লগে লগে স্বামীৰ ওপৰত মহিলাগৰাকীৰ সন্দেহ বাঢ়ি যাবলৈ ধৰিলে।

স্বামী শুই থকা অৱস্থাত লিওনোৰাই সদায় স্বামীৰ মোবাইল ফোনটো খুচৰিবলৈ ধৰিলে।

স্বামীক কোনো নাৰীয়ে কিবা মেছেজ দিছে নেকি, কোনোবা মহিলাই তেওঁৰ স্বামীলৈ কিবা ফটো পঠিয়াইছে নেকি আদি কথা জানিবলৈ মেক্সিকোৰ  লিওনোৰা নামৰ  মহিলাগৰাকীয়ে স্বামীৰ মোবাইল ফোনটো খুচৰি গৈছিল।

এদিন এনেদৰে মোবাইল ফোনটো খুচৰি থাকোতে মহিলাগৰাকীয়ে স্বামীৰ মোবাইলত উদ্ধাৰ কৰিলে এখন বিশেষ ফটো।

ফটো খনত স্বামীয়ে এগৰাকী  কম বয়সৰ মহিলাৰ সৈতে অতি অন্তৰগংভাবে থিয় হৈ প’জ দিয়া দেখি খঙত টিঙিৰি তুলা হৈ পৰিল লিওনোৰা।

স্বামীয়ে আন মহিলাৰ সৈতে উঠা ফটোখনকলৈ স্বামীক কোনো প্ৰশ্ন নকৰাকৈয়ে মহিলাগৰাকীয়ে এখন ধাৰাল চুৰীৰে স্বামীক আঘাত কৰিবলৈ ধৰিলে।

ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা স্বামীয়ে একো তৰ্কিব পৰাৰ আগতেই স্বামীৰ দেহৰ কেইবা স্থানতো চুৰীৰে আঘাত কৰিলে।

এটা সময়ত যেনিবা স্বামীয়ে পত্নীৰ হাতৰ পৰা ছুৰী খন কাঢ়ি আনিবলৈ সক্ষম হ’ল।

ইপিনে তেজেৰে লুতুৰি-পুতৰি হৈ পৰা স্বামী ঢলি পৰিলে। পত্নীৰ চুৰিকাঘাতত আঘাতপ্ৰাপ্ত লোক জনৰ চিঞৰ শুনি চুবুৰীয়া কোনো লোকে আৰক্ষীক খবৰ দিছিল।

আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণকাৰী মহিলাগৰাকীক আটক কৰে। তেতিয়াহে ঘচনাৰ আচল ৰহস্য ওলাই পৰে। পত্নীয়ে যিগৰাকী মহিলাৰ সৈতে স্বামীয়ে ফটো উঠা বুলি ভাবিছিল সেয়া দৰাচলতে পত্নী নিজেই আছিল।

বহু বছৰ আগতে তোলা ছবি বাবেই ফটোত নিজকে চিনি পোৱা নাছিল মহিলাগৰাকীয়ে।

সেয়ে স্বামীৰ সৈতে সেয়া আন কোনো মহিলা বুলি ভাবি তেওঁ স্বামীক হত্যাৰ চেষ্টা চলাইছিল।

স্বামী জুৱানে প্ৰকাশ কৰা অনুসৰি যিসময়ত তেওঁ পত্নীৰ সৈতে সেই ফটো উঠিছিল সেই সময়ত তেওঁৰ পত্নী লিওনোৰা বহু খীণ আছিল । সেইবাবেই পত্নীয়ে তাহানিৰ সেই ফটো খনত নিজকে চিনি পোৱা নাছিল।

Recent News

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd